Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

    হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

    Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

হােৱাইট হাউছৰ খ্যাতিৰ আঁৰৰ পৰা শিৰােনামত কেপিট’ল বিল্ডিং

publisher by publisher
January 9, 2021
in News
Reading Time: 1 min read
0
হােৱাইট হাউছৰ খ্যাতিৰ আঁৰৰ পৰা শিৰােনামত কেপিট’ল বিল্ডিং
2
SHARES
18
VIEWS
ShareShareShareShare

ডনাল্ড ট্রাম্প সমর্থকসকলৰ আক্ৰমণৰ ফলত অগ্নিগর্ভ হৈ পৰা আমেৰিকাৰ কেপিট’ল বিল্ডিং এতিয়া সংবাদৰ শিৰােনামত আহি পৰিছে। অন্যান্য সময়ত সচৰাচৰ হােৱাইট হাউছৰ খ্যাতিৰ আঁৰত বিশ্ব ৰাজনীতিত ঢাক খাই থাকে এই বগা গৃহটোৰ পৰিচয়।অথচ এই ভৱনটোৰ ঐতিহাসিক গুৰুত্বও কোনােগুণে কম নহয়। ৱাশ্বিংটনৰ ১০০ কনষ্টিটিউচন এভিনিউত অৱস্থিত কেপিট’ল বিল্ডিং হৈছে আমেৰিকান কংগ্ৰেছৰ বৈঠকৰ স্থান।

ADVERTISEMENT

ইয়াৰ গাখীৰ বগা গম্বুজটো আমেৰিকাৰ গণতন্ত্র প্রতীক। কেপিট’ল পাহাৰৰ পৰা এই স্থাপত্যৰ নামকৰণ হৈছে। অৱশ্যে অষ্টাদশ শতিকাৰ প্রথমভাগত এই পাহাৰখনৰ নাম আছিল ‘জেনকিন্স। পৰৱর্তী সময়ত নাম সলনি হয়। ১৭৯৩ৰ পৰাই এই পাহাৰৰ চুড়াত আৰম্ভ হৈছিল আজিৰ কেপিট’ল বিল্ডিঙৰ নির্মাণকার্য।আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনক সজাই তােলাৰ দায়িত্ব পৰিছিল ফৰাচী স্থপতিবিদ পিয়েৰে চাৰ্লছ লেফৰ কান্ধত। তেঁৱেই আছিল কেপিটল বিল্ডিং নির্মাণৰ দায়িত্বত। লেফ্টৱেই জেনকিন্স হিলক নির্বাচন কৰিছিল ইউএছ কংগ্ৰেছ হাউছ নির্মাণ কৰাৰ বাবে।

RelatedPosts

যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

এপষ্টেইন তদন্তৰ নথি প্ৰকাশ: ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অচিনাক্ত মহিলাৰ গুৰুতৰ অভিযোগ

ইৰান যুদ্ধত ১৮.৮৭ লাখ কোটি টকা ব্যয় হ’ব পাৰে ট্রাম্প প্ৰশাসনৰ

হােৱাইট হাউছ আৰু পট’মেক নদীৰ কাষতে নির্মাণ কৰা এই স্থাপত্যৰ নাম ‘কেপিট’ল’ ৰখাৰ প্ৰস্তাৱ দিছিল আমেৰিকাৰ ৰাজনীতিবিদ, কূটনীতিবিদ, স্থপতিবিদ তথা দার্শনিক থমাছ জেফাৰছনে। কেপিট’ল’ শব্দৰ মূল উৎস হৈছে প্রাচীন লেটিন ভাষা। সাতখন পাহাৰৰ চহৰৰূপে বিখ্যাত ৰােমৰ এখন পাহাৰৰ নাম কাপিট’লিন। তাৰ ওপৰতে যীশু খ্রীষ্টৰ জন্মৰ ৫০৯ বছৰৰ পূর্বে জন্ম হৈছিল প্রাচীন ৰােমান দেৱতা জুপিটাৰৰ মন্দিৰ।

ৰােমৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাসত অত্যন্ত গুরুত্বপূর্ণ এই উপাসনালয়ৰ চাৰিওকাষৰ অঞ্চলক কোৱা হৈছিল ‘এৰিয়া কাপিট’লিন’। তাৰ পৰাই ইংৰাজী শব্দ ভাণ্ডাৰত অন্তর্ভুক্ত হৈছে ‘কেপিট’ল। কেপিট’ল বিল্ডিঙৰ কাম অৱশ্যে ফৰাচী স্থপতিবিদ লেফৰ নক্সাৰে হােৱা নাছিল। ১৭৯২ত আমেৰিকাৰ প্ৰথম ৰাষ্ট্রপতি জর্জ বাশ্বিংটনৰ স’তে মতানৈক্য হােৱাত লেফ্ট অপসাৰিত হয়। ইয়াৰ পাছত কেপিট’ল বিল্ডিং নির্মাণৰ বাবে স্থপতিবিদ বিচাৰি এক প্রতিযােগিতাৰ আয়ােজন কৰা হয়। প্রতিযােগিতাত বাকী সকলক অতিক্রম কৰি বিজয়ী হয় উইলিয়াম থার্ণটন নামৰ এজন নবীন স্থপতিবিদ নক্সা।

তেওঁৰ নক্সাও আছিল। ফৰাচী স্থাপত্য ঘনাৰে অনুপ্রাণিত। থর্ণটনেই আছিল কেপিট’লৰ মূল স্থপতিবিদ। ইয়াৰ উপৰি আন বহু স্থপতিবিদ পৰামৰ্শ আৰু নক্সাও গ্ৰহণ কৰা হৈছিল। আমেৰিকাৰ স্থপতিবিদ এডৱার্ড ক্লার্ক আছিল সম্পূর্ণ নির্মাণকার্য চোৱা-চিতা কৰাৰ দায়িত্বত। ১৭৯৩ত ৱাশ্বিংটনে নির্মাণ প্রকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। মূল ভুৱনৰ নির্মাণ সম্পূর্ণ হৈছিল ১৮০০ত। প্রথম কেবা দশকলৈ প্রতি দেওবাৰে এই ভৱনত সাপ্তাহিক উপাসনাও হৈছিল।

১৮৯৯ত এখন আইন গৃহীত কৰা হয়। এই আইনত কোৱা হয় যে ৱাশ্বিংটন ডিষ্ট্রিক্ট অৱ কলম্বিয়াৰ কোনাে নির্মাণৰ উচ্চতা কেপিটল বিল্ডিঙতকৈ অধিক হ’ব নােৱাৰিব। অৱশ্যে ১৯১০ত এই আইন বাতিল হয়। সম্প্রতি ২৮৯ ফুট উচ্চতাৰ এই স্থাপত্য ৱাশ্বিংটন ডিচিৰ পঞ্চম উচ্চতম ভৱন। এতিয়া ইয়াতকৈ উচ্চতাত আছে ৱাশ্বিংটন মনুমেন্ট, দ্য বেছিলিকা, দ্য অ’ল্ড প’ষ্ট অফিচ আৰু ৱাশিংটন নেচনেল কেথিড্রেল। উল্লেখ্য যে আমেৰিকাৰ এই গর্ব স্থাপত্যতাে পৰিছিল যুদ্ধৰ প্ৰভাৱ। ১৮১২ত আমেৰিকা আৰু ব্রিটেইনৰ মাজত যুদ্ধ আৰম্ভ হয়।

এই যুদ্ধৰ ফলতে ১৮১৪ত ব্রিটিছ সেনাই কেপিট’লত অগ্নি সংযােগ কৰিছিল। ফলত বিল্ডিঙৰ এটা বৃহৎ অংশ অগ্নিদগ্ধ হয়। জুই জ্বলি থকাৰ সময়তে ধুমুহা-বৰষুণ অহাৰ বাবে ইয়াতকৈ বেছি ক্ষতি নহ’ল। ধুমুহাৰ বাবে জুই নিয়ন্ত্রণলৈ আহিছিল। ১৮১৫ৰ পৰা ইয়াক নতুনকৈ সজোৱাৰ কাম আৰম্ভ কৰি চাৰি বছৰৰ ভিতৰতে নির্মাণকার্য সম্পূর্ণ হয়। ১৭৯৩ পৰা আৰম্ভ কৰি এতিয়ালৈকে মুঠ ১১জন লােক এই ঐতিহ্যবাহী স্থাপত্যৰ মূল স্থপতিবিদ দায়িত্বত আছিল। সম্প্রতি এই পদত আছে ষ্টিফেন টি আইয়াৰছ। সম্প্রতি যিটো গম্বুজ ইয়াৰ ওপৰত দেখা যায়,সেইটো অগ্নিকাণ্ডৰ পাছত সম্পূর্ণ কৰিবলৈ ১১ বছৰৰ প্ৰয়ােজন হৈছিল।

কেপিট’লৰ প্রথম মহলাৰ এটি অংশক কোৱা হয় ‘ক্রিপ্ট। নির্মাণৰ আৰম্ভণিতে ঠিক কৰা হৈছিল যে ইয়াতেই সমাধিস্থ কৰা হ’ব আমেৰিকাৰ প্ৰথম ৰাষ্ট্রপতি ৱাশ্বিংটনক। অৱশ্যে ৱাশ্বিংটনৰ শেষ ইচ্ছাৰ প্রতি সম্মান জনাই পৰৱর্তী সময়ত তেওঁক মাউন্ট ভার্ণৱত সমাধিস্থ কৰাৰ সিদ্ধান্ত লােৱা হয়। এতিয়া ক্রিপ্ট অংশ প্রদর্শনী কক্ষত পৰিণত হৈছে। আমেৰিকা-ব্রিটেইন যুদ্ধত ক্ষতিগ্রস্ত হােৱাৰ পাঁচ বছৰৰ পাছত কেপিট’লক নতুনকৈ নিৰ্মাণ কৰা হয়। সেই সময়ত ইউএছ কংগ্রেছৰ বৈঠক বহিছিল ‘আ’ল্ড ব্রিক কেপিট’ল ভৱনত।

মূল কেপিট’ল ভৱন নির্মাণ হােৱাৰ পাছৰ পৰা ‘অ’ল্ড ব্রিক কেপিট’ল’ অন্যান্য কামত ব্যৱহাৰ হৈছিল। ইয়াৰ কিছু অংশক সেই সময়ত বন্দীশালৰূপেও ব্যৱহাৰ কৰা হৈছিল। যুদ্ধবন্দী, গুপ্তচৰ, শৃংখলা ভংগৰ অভিযােগত অভিযুক্ত সেনাৰ দৰে স্পর্শকাতৰ অভিযুক্ত তথা দোষীসকলৰ স্থান হৈছিল সেই কাৰাগাৰত। পাছত ১৯৩২ত উচ্চতম ন্যায়ালয় নির্মাণৰ সময়ত বিলুপ্ত হৈ পৰে ‘অ’ল্ড ব্রিক কেপিট’ল’ৰ অস্তিত্ব। অতিমাৰী দূৰ কৰি নতুন বছৰৰ আৰম্ভণিতেই আমেৰিকাৰ এই ঐতিহাসিক কেপিট’ল বিল্ডিঙে ৰণক্ষেত্ৰৰ ৰূপ ল’লে।

বুধবাৰে কেবা হেজাৰ ট্রাম্প সমর্থকে শ্ল’গান দি কেপিট’ল বিল্ডিঙত বলপূর্বক প্রৱেশৰ চেষ্টা চলায়। ফলত বিক্ষোভকাৰীৰ স’তে আৰক্ষীৰ কে’বা দফাত সংঘর্ষ হয়। বিক্ষোভকাৰীয়ে আৰক্ষীৰ বেৰিকেড় ভাঙি কেপিট’ল বিল্ডিঙত বলপূর্বক প্রৱেশৰ চেষ্টা কৰােতেই অগ্নিগর্ভ হৈ পৰে সমগ্ৰ চৌহদ। আৰক্ষী সূত্ৰৰ মতে, সেই সময়ত আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ ফলাফলত চুড়ান্ত ছীল-মােহৰ মৰাৰ বিষয়ত কেপিট’ল বিল্ডিঙত অব্যাহত আছিল হাউছ অৱ ৰিপ্রেজেন্টিটিভ আৰু চিনেটৰ সকলৰ বৈঠক।

তেতিয়াই কে’বা হেজাৰ ট্রাম্প-সমর্থকে কেপিট’ল বিল্ডিং ঘেৰি ধৰে। বলপূর্বক প্রৱেশৰ চেষ্টা চলায়। এই ঘটনাৰ পাছতে পট’মেক নদীৰ কাষৰ সমগ্র কেপিট’ল বিল্ডিং চৌহদ নিৰাপত্তাৰ বলয়েৰে ঘেৰি পেলােৱা হয়। এই নজিৰবিহীন ঘটনাত চাৰিজন লােকে প্রাণ হেৰুৱায়। কমেও ৫০জনক গ্রেপ্তাৰ কৰা

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Capitol BuildingDONALD TRUMPThomas JeffersonWashingtonWhite House
publisher

publisher

Related Posts

এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
India

March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
News

হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

March 11, 2026
Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল
News

Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
News

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d