ৰাণীত হাতীৰ উপদ্ৰৱ

rani

পশ্চিম গুৱাহাটী সমষ্টিৰ অসম-মেঘালয় সীমান্তৰ জয়পুৰ গাওঁত নিশা এটা বনৰীয়া দাঁতল হাতীয়ে উপদ্ৰৱ চলায় । উল্লেখ্য, যোৱা নিশা জয়পুৰ গাওঁৰ কৃষক পৰমেশ্বৰ ৰাভাৰ ঘৰৰ ভড়াল ভাঙি ধান খাই নষ্ট কৰিছে।আনহাতে একে গাওঁৰ ধৰমেশ্বৰ ৰাভা শুই থকা অৱস্থাত ঘৰৰ বেৰ ভগাত কোনো মতে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ। ইপিনে দতাল হাতীটোৱে অঞ্চলটোৰ তিনিটাকৈ পৰিয়ালৰ বিস্তৰ খতি সাধন কৰি ওচৰৰ বনাঞ্চললৈ গুচি যায় ।

ADVERTISEMENT
Exit mobile version