ক’ভিড আপডেট

GettyImages 1215226564.0

●ভাৰতত দৈনিক ক’ভিড-১৯ত সংক্ৰমিতৰ সংখ্যা হৈছে ১৩,৮২৩ জন ।

●ভাৰতৰ মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১,০৫,৯৫,৬৬০ জন ।

●কৰ’নাত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যা ১,০২,৪৫,৭৪১ ।

●যোৱা ২৪ ঘণ্টাত সংক্ৰমিত হোৱা লোকৰ সংখ্যা হৈছে ১৩,৮২৩ জন

● কৰ’নাৰ ফলত বিগত ২৪ ঘণ্টাত ১৬২ জন লোকে প্ৰাণ হেৰুৱাইছে ।

●সম্প্ৰতি ভাৰতত মুঠ মৃতকৰ সংখ্যা হৈছে ১,৫২,৭১৮ জন ।

Exit mobile version