আগন্তুক বিধানসভা নিৰ্ব্বাচন, বঙাইগাঁওত বিজেপিৰ সাংগঠনিক সভাত ৰাষ্ট্ৰীয় উপ সভাপতি

WhatsApp Image 2021 01 21 at 6.34.23 PM

বঙাইগাঁৱত বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি বৈজয়ন্তী জয় পাণ্ডা জিলা বিজেপিৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত অংশ গ্ৰহণ নেতা গৰাকীৰ।

বিজেপিৰ জিলা সভানেত্ৰী হিমানী অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আসন্ন বিধানসভা নিৰ্বাচনত দলটো কেনেকৈ অৱতীৰ্ণ হব সেই সম্পৰ্কে বিতং আলোচনা কৰা হয়।

স্থানীয় বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সাংগঠনিক সভাখনত বিজেপিৰ ৰাষ্ট্ৰীয় নেতা তথা ৰাজ্যিক বিজেপি দলৰ প্ৰভাৰী বৈজয়ন্তী জয় পাণ্ডাৰ লগত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়, জিলা প্ৰভাৰী বনদ্বীপ ডেকা , ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ক্ৰমে অনিল দাস, সুকেন ৰায়, জিলাৰ মৰ্চাৰ সভাপতি সাধাৰণ সম্পাদক সকল, মণ্ডল সভাপতি, সাধাৰণ সম্পাদক, সমষ্টিৰ প্ৰভাৰী আৰু বিস্তাৰক সকলৰ লগতে উপস্থিত থাকে বিজেপিৰ অন্য কৰ্মকৰ্তা সকল ৷

Exit mobile version