ভাষাবিদ-সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকৰ দেহাৱসান

Ramesh Pathak

●৭৯ বছৰ বয়সত বিয়োগ ঘটে ভাষাবিদজনৰ ।
●ভাষাবিদগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অসংখ্য গুণমুগ্ধৰ ।
●হাতীগাঁৱৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ডঃ পাঠকে ।
●তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ।
●ডঃ পাঠকৰ বিয়োগত সাহিত্য সমাজত শোকৰ ছাঁ বিৰাজ কৰিছে ।
●নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ।
●বিশিষ্ট ভাষাবিদজনৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটযোগে শোক প্ৰকাশ কৰে ।

Exit mobile version