দিনটোৰ ৰাশিফল

horoscope main image 37 3

মেষঃ মাটি-বাৰী সম্পৰ্কীয় কথাত মনত আনন্দ পাব । দিনটোত পশ্চিম দিশত যাত্ৰা কৰিলে সাৱধান হ’ব । ক’লা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব । যোগাযোগত শুভ । শুভ ৰং ক’লা ।

বৃষঃ আৰ্থিক লেনদেনত সাৱধানে থাকিব । বিদ্যাত সাময়িক বাধা প্ৰাপ্তিৰ সম্ভাৱনা । যাত্ৰা কৰিব পাৰে । শুভ ৰং সেউজীয়া ।

মিথুনঃ পুৰণি ৰোগত উপশম হ’ব পাৰে । চাকৰিয়ালৰ শুভ । বগা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব । যাত্ৰা দিনৰ এক বজাৰ পাছত সাৱধানে যাত্ৰা কৰিব । শুভ ৰং নীলা ।

কৰ্কটঃ আৰ্থিক দিশত অকস্মাৎ ধনপ্ৰাপ্তিৰ কাকতা । ব্যৱসায়িক দিশত উন্নতি । ৰঙা ৰঙৰ সুতা হাতত পাচপাক দি মেৰিয়াই লৈ মন্দিৰত যাব । যাত্ৰা শুভ । শুভ ৰং পাতল সেউজীয়া ।

সিংহঃ পশ্চিম দিশত শুভ কাৰ্য কৰিব । মানসিক অসিৰত বৃদ্ধি পাব সেউজীয়া ৰং আপোনাৰ বাবে শুভ । সন্ধিয়া যাত্ৰা নকৰিব । শুভ ৰং আকাশী নীলা ।

কন্যাঃ বিদ্যাত সাময়িক বাধা প্ৰাপ্তিৰ সম্ভাৱনা । স্বাস্থ্য মধ্যমীয়া । শিৱৰ মন্ত্ৰ যপ কৰিব । শুভ ৰং হালধীয়া । যাত্ৰাৰ বাবে দিনটো শুভ । শুভ ৰং কমলা ।

তুলাঃ জ্বৰ, কাহ আদি ৰোগত আক্ৰান্ত হ’ব পাৰে । বিবাহৰ যোগাযোগত শুভ । শুভ ৰং আকাশী নীলা । যাত্ৰাৰ বাবে শুভ । শুভ ৰং ক’লা ।

বৃশ্চিকঃ পিতৃ-মাতৃৰ স্বাস্থ্য পূৰ্বৰ তুলনাত ভাল । শনি মন্দিৰত দান কৰিব । শুভ ৰং গুলপীয়া । যাত্ৰা কৰিলে পুৱা ১০ বজাৰ পাছত কৰিব । শুভ ৰং সেউজীয়া ।

ধনুঃ প্ৰেমত বুদ্ধিদীপ্ত কৌশল প্ৰয়োগ কৰক । উজ্জ্বল শ্যাম বৰণীয়া বস্ত্ৰ পৰিধান কৰিব । ক্ৰীম ৰঙৰ বস্ত্ৰৰ পৰিধান কৰিব পাৰে । শুভ ৰং ক্ৰীম ।

মকৰঃ নতুন ব্যৱসায়ত ভাবি-চিন্তি আগবাঢ়িব । প্ৰেমত নতুন প্ৰস্তাৱ সম্ভাৱনা । যাত্ৰাৰ বাবে শুভ দিন । শুভ ৰং নীলা ।

কুম্ভঃ পেট আৰু চকুৰ অসুখে আমনি দিব । যাত্ৰাৰ বাবে দিনটো বৰ এটা শুভ নহয় । শুভ ৰং পাতল হালধীয়া ।

মীনঃ নিবনুৱাসকলৰ চেষ্টা সফল হোৱাৰ সম্ভাৱনা । বগা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব । মাত্ৰা দিনৰ ভাগত কৰিব । বিদ্যাত জটিলতা । শুভ মেৰুণ ।

Exit mobile version