●সদনত সাধাৰণ বাজেট দাখিল বিত্তমন্ত্ৰীৰ
●স্বাস্থ্যৰ ক্ষেত্ৰত আবন্তন বৃদ্ধি বাজেটত
●স্বাস্থ্যখণ্ডৰ বাবে ২.২৩ লাখ কোটি টকা ধাৰ্য
●বিগত বৰ্ষতকৈ ১৩৭ শতাংশ বৃহৎ স্বাস্থ্য বাজেট
●শীঘ্ৰেই দেশত নেছনেল ইনষ্টিটিউট অৱ হেল্থ
●পুৰণি বাহনৰ বাবে শীঘ্ৰেই স্ক্ৰেপ আঁচনি
●ছয় বছৰত খৰচ কৰিব ৬১ হেজাৰ কোটি টকা
●বায়ু প্ৰদূষণৰ বাবে দুই হেজাৰ ২১৭ কোটি
Today, India has 2 vaccines available and has begun safeguarding not only her own citizens against #COVID19 but also those of 100 or more countries, with 2 more vaccines expected soon: FM #NirmalaSitharaman in her #Budget2021 address. #VaccineMaitri #AatmanirbharBharatKaBudget pic.twitter.com/8ejtpT0RgZ
— NITI Aayog (@NITIAayog) February 1, 2021