বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ তৃতীয়খন বাজেট প্ৰকাশ

sitharaman 380

●সদনত সাধাৰণ বাজেট দাখিল বিত্তমন্ত্ৰীৰ
●স্বাস্থ্যৰ ক্ষেত্ৰত আবন্তন বৃদ্ধি বাজেটত
●স্বাস্থ্যখণ্ডৰ বাবে ২.২৩ লাখ কোটি টকা ধাৰ্য
●বিগত বৰ্ষতকৈ ১৩৭ শতাংশ বৃহৎ স্বাস্থ্য বাজেট
●শীঘ্ৰেই দেশত নেছনেল ইনষ্টিটিউট অৱ হেল্থ
●পুৰণি বাহনৰ বাবে শীঘ্ৰেই স্ক্ৰেপ আঁচনি
●ছয় বছৰত খৰচ কৰিব ৬১ হেজাৰ কোটি টকা
●বায়ু প্ৰদূষণৰ বাবে দুই হেজাৰ ২১৭ কোটি

Exit mobile version