জি এছ ৰোডত উৰণীয়া সেতু মুকলি

IMG 20210201 WA0021

জি এছ ৰোডত এইদৰে ফুল বেলুনেৰে সজাই পৰাই তোলা হৈছে এখন উৰণীয়া সেতু।গড়কাপ্তানি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তৎপৰতাত নিৰ্মাণ হোৱা এই সেতুখনত চলন্ত চিৰিকে ধৰি সকলো সুবিধাই উপলব্ধ হৈছে।

আজি হিমন্ত বিশ্ব শৰ্মা ওপজা দিনৰ মন্ত্ৰী গৰাকীয়ে নিজ হাতে শুভ উদ্ধোধন কৰিছে জি এছ ৰোডৰ উৰণীয়া সেতু।

পথচাৰীসকলৰ এটি সমস্যা সমাধানৰ দিশত অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে।ইতিমধ্যে উৰণীয়া সেতু খনক লৈ মহানগৰ বাসী অতিকৈ উৎসাহিত হোৱা দেখা গৈছে।

IMG 20210201 WA0019

মহানগৰী ন খনকৈ এইদৰে নিৰ্মাণ কৰা হৈছে উৰণীয়া সেতু,দিবাংগ সকলৰ সুবিধাৰ্থে সকলো সুবিধাই উপলব্ধ হৈছে জি এছ ৰোডৰ উৰণীয়া সেতুখনত ।সেতুখনৰ নিৰ্মাণত ব্যয় হৈছে ৯ কৌটি ৮৮ লাখ ধন ।

 

 

 

Exit mobile version