●বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১২ হেজাৰ ১৪৩ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
●কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰিসংখ্যণ অনুসৰি, মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি আঠ লাখ ৯২ হেজাৰ ৭৪৬ জন ।
●ক’ভিড আক্ৰান্ত হৈ এক লাখ ৫৫ হেজাৰ ৫৫০ জন লোকে প্ৰাণ হেৰুৱাইছে ।
●যোৱা ২৪ ঘণ্টাত ১০৩ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।
●ইতিমধ্যে ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা হৈছে এক কোটি ছয় লাখ ৬২৫ জন ।