ক’ভিড আপডেট

2020 4img14 Apr 2020 PTI13 04 2020 000263B scaled e1586845776314 696x392 1

●বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১২ হেজাৰ ১৭৬ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

●কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰিসংখ্যণ অনুসৰি, মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ন লাখ চাৰি হেজাৰ ৯২২ জন ।
●ক’ভিড আক্ৰান্ত হৈ এক লাখ ৫৫ হেজাৰ ৬৪২ জন লোকে প্ৰাণ হেৰুৱাইছে ।

●যোৱা ২৪ ঘণ্টাত ৯২ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।

●ইতিমধ্যে ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা হৈছে এক কোটি ছয় লাখ ১১হেজাৰ ৭৩১জন ।

Exit mobile version