কুইপ’ৰ দুই বিষয়াক অপহৰণ

আলফা স্বাধীনে বান্ধি দিয়া অন্তিম সময়লৈ মাজত মাথোঁ দুটা দিন

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জেৰাই গাঁৱৰ ঘৰত উপস্থিত হয় অপহৃত দুই পৰিয়ালৰ লোক ।

পৰিয়াল দুটাই পৰেশ বৰুৱাৰ ঘৰৰ পৰিয়ালক তামোল-পাণ দি সেৱা কৰি অপহৃতক মুকলি কৰি দিবলৈ কৃপাভিক্ষা কৰে ।

যোৱা ২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ দায়ুনৰ কুইপ’ নামৰ অইলৰ খনন প্ৰতিষ্ঠানত কৰ্মৰত হৈ থকা পিকে গগৈ আৰু ৰামকুমাৰ নামৰ দুই বিষয়াক অপহৰণ কৰিছিল আলফা(স্বা)ই ।

২০ কোটি টকা মুক্তিপণৰ দাবী কৰি ১৬ ফ্ৰেব্ৰুৱাৰী লৈকে অন্তিম সময় বান্ধি দিছিল আলফাই ।

Exit mobile version