Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Sarbananda Sonowal:গুৱাহাটীত অনুষ্ঠিত ৰোজগাৰ মেলা

নৱনিযুক্ত প্রার্থীসকলক নিযুক্তি পত্ৰ বিতৰণ কেন্দ্রীয় মন্ত্রী সোণোৱালৰ,এক ভাৰত, শ্ৰেষ্ঠ ভাৰত আৰু আত্মনিৰ্ভৰশীল তথা সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত যুৱপ্ৰজন্মই আগভাগ ল'ব লাগিব: সোণোৱাল

publisher by publisher
December 23, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Union Minister Sarbananda Sonowal:গুৱাহাটীত অনুষ্ঠিত ৰোজগাৰ মেলা
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Union Minister Sarbananda Sonowal:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰোজগাৰ মেলাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত যুৱক- যুৱতীসকলক ৭১,০০০তকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাৰ জৰিয়তে নিযুক্তি সৃষ্টিক অগ্ৰাধিকাৰ দিয়াৰ দিশত প্রধানমন্ত্রীয়ে চৰকাৰৰ দৃঢ় প্রতিশ্রুতিৰ সন্দৰ্ভত আলোকপাত কৰে। এই পদক্ষেপসমূহে যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নির্মাণ আৰু যুৱ সবলীকৰণত অৰিহণা যোগোৱাৰ অৰ্থপূর্ণ সুযোগ প্ৰদান কৰিব বুলি প্রধানমন্ত্রীয়ে কয়।

ADVERTISEMENT

আজি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও গুৱাহাটীত অনুষ্ঠিত ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰে আৰু নৱনিযুক্ত প্রার্থীসকলক নিযুক্তি পত্ৰ বিতৰণ কৰে। আজি গুৱাহাটীৰ ৰোজগাৰ মেলাত মুঠ ৩৩৫ জন প্রার্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়।

সমবেত লোকসকলক ভার্চুৱেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, যোৱা নিশা তেওঁ কুৱেইট ভ্রমণ সামৰি আহিছে, কুৱেইটত তেখেতে ভাৰতীয় যুৱক-যুৱতী আৰু পেছাদাৰীসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাতো মিলিত হয়। “আজি দেশৰ হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বাবে এক নতুন আৰম্ভণি হৈছে। আপোনালোকৰ বছৰ বছৰজোৰা সপোনবোৰ বাস্তৱায়িত হৈছে, বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ ফল পোৱা গৈছে। ২০২৪ চনৰ এই বিদায়বেলাই আপোনালোকৰ বাবে নতুন সুখ-আনন্দ কঢ়িয়াই আনিছে। মই আপোনালোক সকলোকে আৰু আপোনাৰ পৰিয়ালক আন্তৰিক অভিনন্দন জনাইছোঁ”, প্রধানমন্ত্রীয়ে কয়।

প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে যে যোৱা ডেৰ বছৰত প্রায় ১০ লাখ স্থায়ী চৰকাৰী চাকৰি আগবঢ়োৱা হৈছে, যাৰ ফলত এক উল্লেখযোগ্য অভিলেখ গঢ়ি উঠিছে। এই চাকৰিবোৰ সম্পূৰ্ণ স্বচ্ছ প্ৰক্ৰিয়াৰে প্ৰদান কৰা হৈছে আৰু নতুন নিযুক্তিপ্রাপ্তসকলে নিষ্ঠাৰে দেশক সেৱা আগবঢ়াই আছে।

প্রধানমন্ত্রীয়ে উল্লেখ কৰে যে এখন দেশৰ উন্নয়ন ইয়াৰ যুৱপ্ৰজন্মৰ কঠোৰ পৰিশ্ৰম, সামর্থ্য আৰু নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰত ২০৪৭ চনৰ ভিতৰত এখন বিকশিত আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হ’বলৈ দৃঢ় প্রতিশ্রুতিবদ্ধ। এইক্ষেত্ৰত যুৱচামে সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব লাগিব।

“আমাৰ চৰকাৰে মাতৃভাষাত শিকা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ ব্যৱস্থা কৰি যুৱচাম আৰু প্ৰান্তীয় সম্প্রদায়সমূহৰ বাবে ভাষাৰ প্ৰত্যাহ্বান সমূহো সমাধান কৰিছে, আৰু ১৩টা ভাষাত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ প্রশস্ত কৰিছে। আজি ৫০,০০০তকৈও অধিক যুৱক-যুৱতীয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বাবে নিযুক্তি পত্ৰ লাভ কৰে, যি এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে পৰিগণিত হৈছে”, প্রধানমন্ত্রীয়ে লগতে কয়।

আজি গুৱাহাটীৰ অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে কয়, ” প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে দেশৰ যুৱপ্ৰজন্মৰ সবলীকৰণ আৰু সংস্থাপনত যথেষ্ট গুৰুত্ব দিছে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক শক্তিশালী কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুসৰি ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিবলৈ দেশৰ লাখ লাখ যোগ্য যুৱক-যুৱতীয়ে ৰোজগাৰ মেলাত যোগদান কৰিছে। মই আনন্দিত যে ইয়াৰ জৰিয়তে অসম তথা উত্তৰ-

পূৰ্বাঞ্চলৰ লগতে বিভিন্ন ৰাজ্যৰ যুৱপ্ৰজন্মই নিযুক্তি লাভ কৰিছে। এখন এক ভাৰত, শ্ৰেষ্ঠ ভাৰত আৰু আত্মনিৰ্ভৰশীল তথা সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত যুৱপ্ৰজন্মই আগভাগ ল’ব লাগিব। ভাৰত এতিয়া এখন দ্রুত উন্নয়নমুখী দেশ, যি বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিলৈ ৰূপান্তৰিত হৈ পৰিছে। ২০৩০ চনৰ ভিতৰত আমি ভাৰতক বিশ্বৰ শীৰ্ষ তিনি অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভূক্ত কৰাৰ দিশত অহোপুৰুষাৰ্থ কৰিব লাগিব। মই যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যৰ প্ৰতি এক সমর্পিত শক্তি হ’বলৈ আহ্বান জনালোঁ।”

“কংগ্ৰেছৰ শাসনকালত যুৱপ্ৰজন্মই হতাশাগ্রস্ত হৈ পৰিছিল, দিশহাৰা হৈ পৰিছিল। ইয়াৰ কাৰণ আছিল কংগ্ৰেছৰ দিনত মেধাৰ ভিত্তিত, যোগ্যতাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়াৰ কোনো স্থান নাছিল। দুর্নীতি, ভ্ৰষ্টাচাৰে চৌদিশ কলুষিত কৰি তুলিছিল। কিন্তু মোদীৰ বলিষ্ঠ নেতৃত্বত সমগ্র প্রক্রিয়াটোকে শৃংখলাবদ্ধ আৰু স্বচ্ছ কৰি তোলা হ’ল। এতিয়া যুৱ প্ৰজন্মই যোগ্যতা আৰু মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত উল্লেখযোগ্য অৰিহণা আগবঢ়াই যাবলৈ সক্ষম হৈছে।”, সোণোৱালে আজি কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiRozgar MelaUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

প্ৰশ্নকাকত চুৰি আৰু ফাদিলৰ অভিযোগ, নিলম্বিত বিজনীৰ ভাংনামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক
Assam

October 6, 2026
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তথ্য স্পষ্ট, বিভ্ৰান্তিকৰ দাবী নাকচ
Assam

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তথ্য স্পষ্ট, বিভ্ৰান্তিকৰ দাবী নাকচ

October 6, 2026
আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ
International

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

October 6, 2026
বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?
News

বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

October 6, 2026
একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে
News

একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

October 6, 2026
আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা
International

আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

October 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d