★জিৰায়ে শৰীৰৰ কলেষ্টৰেল লেভেল কমাই হাৰ্ট প্ৰব্লেমৰ পৰা বচায়।
★যাৰ ডাইবেটিজ হোৱাৰ সম্ভাৱনা আছে, ই বডিত গ্লুকোজ লেভেল সীমিত ৰাখি ডাইবেটিজ হোৱাৰ পৰা ৰক্ষা কৰে।
★ ইয়াত থকা ফাইবাৰে ডাইজেচনত সহায় কৰে আৰু এচিডিটিৰ সমস্যাৰ পৰা মুক্তি দিয়ে।
★জিৰা থকা আইৰণে এনিমিয়াৰ পৰা ৰক্ষা কৰে।
★ই টোপনি অহাত সহায় কৰে।