Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

publisher by publisher
June 8, 2025
in Lifestyle
Reading Time: 1 min read
0
জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

পাচনতন্ত্ৰৰ সমস্যাৰ পৰা কোষ্ঠকাঠিন্যলৈকে

জাৰৰ নিশা নিদ্রিত অৱস্থাত ভৰিৰ পেশী টানি ধৰে নেকি?

সন্ধিয়াৰ পাছত ফল খাব পাৰি নে?

খাদ্য তৈয়াৰ কৰিবলৈ আৰু খাদ্যৰ স্বাদ বৃদ্ধি কৰিবলৈ আমি নানা ধৰণৰ মছলা ব্যৱহাৰ কৰো। আমি ব্যৱহাৰ কৰা এইবোৰ মছলাত আছে চমৎকাৰ ঔষধিগুণ। মছলাই কেৱল খাদ্যৰ স্বাদ আৰু ঘ্রাণেই নকৰে, লগতে সাধাৰণ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু মেটাবলিজমো বৃদ্ধি কৰে। ফলত বহু মছলাই আমাৰ ওজন নিয়ন্ত্রণতো বিশেষভাৱে সহায় কৰে। কি কি মছলাই ওজন হ্রাসত সহায় কৰে জানেনে?

ADVERTISEMENT

জিৰা

বদহজম, পেট ফোলা আৰু খোৱাত অৰুচি সমস্যাত জিৰা অতি উপকাৰী। অৰ্শৰোগৰ সমস্যাত মিছিৰিৰ স’তে জিৰা মিহলাই খালে উপকাৰ পোৱা যায়। নিয়মিতৰূপে জিা খালে ওজন কমে। বেছি খাদ্য খোৱাৰ ফলত হোৱা অস্বস্তিৰ পৰা জিৰা-পানীয়ে সকাহ দিয়ে।

ইলাচি

ইলাচিত আছে টর্পিন, টপিনিনোল, ছিনিওল, এচিটেট, টপিনিল আদি নানা ধৰণৰ ৰাসায়নিক উপাদান। এই সকলোবোৰ উপাদান শৰীৰৰ চর্বি নাশত অতিশয় উপকাৰী। ফলত শৰীৰত অতিৰিক্ত চর্বি জমা হ’ব নোৱাৰে।

চফগুটি

যিকোনো বিয়া-সবাহত তামোলৰ স’তে চফগুটি দিয়াৰ পৰম্পৰা আছে। এই চফগুটি আমাৰ পাচনতন্ত্ৰৰ বাবে অতি উপকাৰী। ই যকৃতৰ সুস্থতাৰ বাবেও উপকাৰী। ইয়াৰ উপৰি চফগুটি মাউথ ফ্ৰেশ্বনাৰ ৰূপেও অতি কাৰ্যকৰী। এইবিধ মছলাই ক্ষুধাবোধ হ্রাস কৰে। ফলত স্বাভাৱিকভাবে ওজন নিয়ন্ত্রণত থাকে।

দালচিনি

ওজন কমোৱাত দালচিনিও অতি কাৰ্যকৰী। দালচিনি নিয়মিতৰূপে খালে ক্ষুধাৰ তাড়না কমে। কেৱল সেয়াই নহয়, দালচিনিয়ে শৰীৰত জমা হোৱা মেদ নাশ কৰাতো সহায় কৰে। শৰীৰৰ শৰ্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰখাত সহায় কৰে। সেয়ে মধুমেহৰ ৰোগীৰ বাবে দালচিনি অতি উপকাৰী। ইয়াৰ উপৰি পেটৰ ৰোগ, ইনফ্লুৱেঞ্জা, টাইফয়েড, যক্ষ্মা আৰু কৰ্কট প্ৰতিৰোধতো দালচিনি অতি কাৰ্যকৰী।

কেঁচা জলকীয়া

কেঁচা জলকীয়াত থাকে একজেলিক এচিড, কিউনিক এচিড, এমিন’ এচিড, এস্কার্বিক এচিড, চিকিমিক এচিড, ফ’লিক এচিড, চাইট্রিক এচিড, মেলিক এচিড, মেলানিক এচিড, আলফা-এমিৰন, কেন্সিডিনা, কেৰ’টিন্স, ক্রিপ্টোকেনচিন, ফ্লেভনয়েড্‌ছ প্রভৃতি। এইবোৰ উপাদানে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। লগতে কেঁচা জলকীয়াৰ কেপচিচিন উপাদানে ক্ষুধাও নিয়ন্ত্ৰণ কৰে। গৱেষণাত দেখা গৈছে যে কেঁচা জলকীয়াই মেটাবলিজম বৃদ্ধি কৰি অতিৰিক্ত কেলৰি নাশ কৰাত সাহায্য কৰে।

হালধি

হালধিক অন্যতম মহৌষধি বুলিয়ে কোৱা হয়। হালধিৰ বিশেষ গুণটো হৈছে ই চর্বি কোষ সৃষ্টি হ’বলৈ নিদিয়ে। ফলত ওজন নিয়ন্ত্রণত থাকে।

আদা

আদাতো অনেক ঔষধি গুণ আছে। পেট পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত আদা অতি উপকাৰী। ই পাচনতন্ত্রত জমা হৈ থকা খাদ্য পৰিষ্কাৰ কৰি দিয়াৰ ফলত চর্বি জমা হ’ব নোৱাৰে। চর্বি জমা নহ’লে স্বাভাৱিকৰূপেই ওজন নিয়ন্ত্রণত থাকিব। ইয়াৰ উপৰি আদাৰ ৰসে শৰীৰত জমা হৈ থকা চর্বি দূৰ কৰাতো সহায় কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: healthyJeeraMasala
publisher

publisher

Related Posts

হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ
Lifestyle

গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d