ব্ৰহ্মপুত্ৰৰ ওপৰত হ’বলগীয়া দুখনকৈ দলঙৰ ভূমি পূজন- আধাৰশিলা স্থাপন কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

933486 20201024186l

আজিৰ দিনটো এটা বিশেষ দিন ।মাজুলীৰ এখন অনুষ্ঠানত দিল্লীৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে ব্ৰহ্মপুত্ৰৰ ওপৰত হ’বলগীয়া দুখনকৈ দলঙৰ ভূমি পূজন- আধাৰশিলা স্থাপন কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Exit mobile version