Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

খানাপাৰাৰ কইনাধৰা ৰাজ্যিক অতিথি শালাৰ পৰাই কোকৰাঝাৰ সহ বিভিন্ন কাৰ্যসূচীত ভাৰ্চুৱেলি অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  

publisher by publisher
March 13, 2026
in News
Reading Time: 1 min read
0
PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

PM Narenda Modi:পহলগাম নৰসংহাৰৰ এবছৰ সম্পূৰ্ণ হোৱাত পহলগাম আক্ৰমণৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

HPCL Refinery Fire Accident: প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰাৰ পূৰ্বেই জ্বলি ভস্মীভূত ৰাজস্থানৰ এইচ পি চি এল তেল শোধনাগাৰ

PM Visit Guwahati:

প্ৰতিকুল বতৰৰ মাজতে শুকুৰবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত বায়ুসেনাৰ বিশেষ বিমানযোগে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ADVERTISEMENT

প্ৰধানমন্ত্ৰী গৰাকীক বিমানবন্দৰত উস্ম আদৰণি জনাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যকে ধৰি একাধিক মন্ত্ৰী-সাংসদ আৰু বিধায়কে।

উল্লেখ্য যে ,প্ৰধানমন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ পৰা হেলিকপ্টাৰৰে কোকোৰাঝাৰৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে যোৱা কথা আছিল যদিও প্ৰতিকুল বতৰৰ বাবে শেষ মুহূৰ্তত যাত্ৰা বাতিল হয় ৷ যাৰবাবে প্ৰধানমন্ত্ৰী গৰাকী গুৱাহাটী বিমান বন্দৰৰ পৰা পোনে পোনে ৰাওনা হয় খানাপাৰাস্থিতকইনাধৰা ৰাজ্যিক অতিথি শালালৈ । ইয়াৰ পৰাই পূৰ্ব নিৰ্ধাৰিত কোকৰাঝাৰৰ অনুষ্ঠান সহ আন কে’বাটাও প্ৰকল্পৰ শুভ উদ্বোধন ভাৰ্চুৱেলি কৰে ৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীক সংগ দিয়ে ড: হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৷ আনহাতে কোকোৰাঝাৰত অনুষ্ঠিত সভাত প্ৰধানমন্ত্ৰীক সম্বোধন কৰি আদৰণি ভাষণত বিটিচি মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয়,ছাৰ আপুনি বহুত দিলদাৰ মানুহ। কৃপা কৰি বড়োলেণ্ডৰ বাবে কিবা এটা দি যাব’।

প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰ্চুৱেলী ভাষণত কোকৰাঝাৰ বাসীক সম্বোধন কৰি কয়,প্ৰতিকূল বতৰৰ বাবে কোকৰাঝাৰলৈ আহিব নোৱাৰিলো ৷ তাৰ বাবে
মই ক্ষমা বিচাৰিলো ৷ বড়োফা উপেন্দ্র ব্রহ্মক, ৰূপনাথ ব্ৰহ্মক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় ,আপোনালোকৰ সেৱা কৰি আপোনলোকৰ ঋণ পৰিশোধ কৰিম ৷ আনহাতে সৰুসজাইত বাগুৰুম্বা নৃত্য উপভোগৰ কথা সুঁৱৰিলে প্রধানমন্ত্রীয়ে ৷

অসম মালা ৩.০এ অসমৰ পথ-যোগাযোগ ব্যৱস্থাক নতুন মাত্রা দিব ৷ একেদৰে কোকৰাঝাৰৰ পথ-যোগাযোগ ব্যৱস্থাও নতুন মাত্ৰা পাব ৷ আজি উদ্বোধন হোৱা ৩খন নতুন ৰে’লে যোগযোগৰ লগতে বাণিজ্যৰ উন্নয়ন সাধিব । আনহাতে পূর্বে বড়োভূমিত বন্দুকৰ গৰ্জন শুনা গৈছিল ৷এতিয়া বড়োলেণ্ড শান্তি আৰু বিকাশৰ পথত আগবাঢ়িছে । এই বৃহত্তৰ অঞ্চলৰ ৰে’ল যোগযোগ সুচল কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে ৷ৰে’ল যোগাযোগ সুচল হ’লে বড়োলেণ্ডক ল’জিষ্টিক হাবত পৰিণত কৰিব ।.

কোকৰাঝাৰ বৃহৎ বাণিজ্য কেন্দ্র হ’বলৈ আগবাঢ়িছে বুলি উল্লেখ কৰি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয়,কংগ্রেছে মিছা প্রতিশ্রুতিৰে বড়োলেণ্ডক আভুৱা ভাৰিছিল৷কংগ্ৰেছ ৰাজনৈতিক স্বাৰ্থৰ বাবে সাম্প্রদায়িক সংঘৰ্ষ কৰাইছিল৷আমি বড়োলেণ্ডৰ স্থায়ী শান্তি অনাৰ প্ৰয়াস কৰিছো৷কংগ্ৰেছ কেৱল মিছা প্ৰতিশ্ৰুতিৰ দোকান ৷ কংগ্রেছে দিয়া প্রতিশ্রুতি পালনৰ কোনো লক্ষ্যই নাথাকে ৷ আমি সৎ মনোভাৱেৰে বিটিচিৰ শান্তি উন্নয়নৰ বাবে কাম কৰিছো ৷ আগন্তুক দিনত কোকৰাঝাৰৰ নতুন প্ৰগতি ৰাইজে নিজেই প্ৰত্যক্ষ কৰিব ৷

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে কোকৰাঝাৰৰ বাবে ভাৰ্চুৱেলী ৪,৫৭০ কোটি টকাৰ প্ৰকল্পৰ ভূমিপুজন-আধাৰশিলা কৰে ৷ প্ৰকল্প কেইটাৰ ভিতৰত বিটিচিৰ ৪খন উৰণ সেতু আৰু দুখন দলঙৰ ভূমি পূজনৰ উপৰিও ছটা পথ আৰু ৰে’লৱে’ ৱাগন ৱৰ্কশ্বপৰ ভূমি পূজন ৷ একেদৰে কোকৰাঝাৰ -ভুটানৰ গেলেফু প্ৰস্তাৱিত ৰে’লপথৰ প্ৰকল্পৰ শিলান্যাসৰ সমান্তৰালভাৱে আধাৰশিলা স্থাপন কৰে ২৫৬ কোটি টকাৰ বাঁহবাৰী ৰে’ল প্ৰকল্পৰো ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guwahati VisitkOINADHARA State guest HouseKokrajharPM Narendra Modi
publisher

publisher

Related Posts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d