তাৰকাসকল সদায় তেওঁলোকৰ কাপোৰৰ বিষয়ে অতি সচেতন।অনুষ্ঠান ভেদে তেওঁলোকৰ পোছাকসমূহ পৃথক হয়। সেই অনুযায়ী মেকাপো অন্যতম হয় । তেওঁলোকে ভাল ডিজাইনাৰৰ তাত কাপোৰ তৈয়াৰ কৰাৰ লগতে ভাল মানদণ্ডৰ কাপোৰ ব্যৱহাৰ কৰে। যাতে ই আধুনিকতাৰ স’তে আৰামদায়ক হয়।