Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

পাকিস্তানত ছবিৰ মুক্তি বাতিল কৰি কঠোৰ সতৰ্কবাণী সুনীল চেট্টীৰ 

publisher by publisher
April 26, 2025
in Entertainment, News
Reading Time: 1 min read
0
‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

পহলগামত নিৰাপত্তাৰ বাবে পর্যটকে মানিব লাগিব এই নিয়ম

ভাৰতীয় সেনাৰ স’তে জোঁট বান্ধিছে পৰিচালক বিবক অগ্নিহোত্রীয়ে

Pahalgam Terror Attack:

ADVERTISEMENT

কাশ্মীৰ কাৰ? দীৰ্ঘ কেবা দশক ধৰি এই বিষয়টোক লৈ ভাৰত-পাকিস্তানৰ উত্তেজনাত উত্তপ্ত হৈ আহিছে ভূস্বৰ্গ। এইবাৰ পহলগাম আক্ৰমণৰ পাছত সুনীল চেট্টীয়ে পাকিস্তানত নিজৰ ছবিখনৰ মুক্তি বাতিল কৰি কঠোৰ সতৰ্কবাণী জাৰি কৰিছে।প্ৰবীণ অভিনেতাজনৰ স্পষ্ট কথা, “কাশ্মীৰ আমাৰ আছিল, আমাৰ হৈয়েই থাকিব।”

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণে আকৌ এবাৰ অস্থিৰতাৰ সৃষ্টি কৰিছে। ঘটনাটোৰ ৭২ ঘণ্টা পাছতো কাশ্মীৰ এতিয়াও অস্থিৰ হৈ আছে।

সৌন্দৰ্যৰ বৰ্ণনা পাহৰি এতিয়া কেৱল ‘ প্ৰাণহীন’ ভূস্বৰ্গৰ বতাহত কেৱল আতংক আৰু হাহাকাৰ হৈছে।এনে উত্তপ্ত পৰিস্থিতিত দেশবাসীক একত্ৰিত হ’বলৈ বাৰ্তা দিলে সুনীল চেট্টীয়ে।

শেহতীয়াকৈ লতা দিননাথ মংগেশকাৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল অভিনেতাগৰাকী। তাত পাহেলগাঁও সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত তেওঁৰ প্ৰথম অনুৰোধ আছিল, “আপোনাৰ ভিতৰৰ ভয়টো জ্বলি উঠিব নিদিব। আহক আমি সকলোৱে একত্ৰিত হওঁ।”

লগতে তেঁও কয়,”আমাৰ বাবে মানৱতাৰ সেৱা হৈছে ঈশ্বৰৰ সেৱা। ঈশ্বৰে সকলো দেখে আৰু তেওঁ বিচাৰ কৰিব। এই মুহূৰ্তত আমি ভাৰতীয়সকলে আমাৰ মতানৈক্য পাহৰি একত্ৰিত হোৱা উচিত। বিভাজনকাৰীসকলৰ জালত নপৰাকৈ একত্ৰিত হওঁ আহক।আমি তেওঁলোকক দেখুৱাব লাগে যে কাশ্মীৰ আমাৰ আছিল, চিৰদিনৰ বাবে আমাৰ হৈ থাকিব। আৰু সেইটোৱেই আমাৰ দেশৰ সেনা আৰু ৰাজনীতিবিদসকলে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে।”

লগতে সুনীলে কয়, “ভাৰতীয় নাগৰিক হিচাপে আমাৰ এটা কৰ্তব্য আছে। আমি সিদ্ধান্ত ল’ব লাগিব যে আমি আমাৰ পৰৱৰ্তী ছুটী কাশ্মীৰত পৰিয়ালৰ স’তে কটাম। আৰু আন ক’তো নাই। আমি তেওঁলোকক দেখুৱাব লাগিব যে আমি ভয় কৰা নাই। আৰু আমাৰ মাজত কোনো ভয়ৰ সৃষ্টি হোৱা নাই।”

প্ৰসংগক্ৰমে কাশ্মীৰৰ পহলগামৰ বৈছাৰণ উপত্যকাত নিৰ্বিচাৰে নিৰীহ পৰ্যটকক হত্যা কৰাৰ পাছতে পৰা কাশ্মীৰৰ পৰ্যটন উদ্যোগ অস্তিত্ব সংকটৰ অৱস্থাত পৰিছে।

জীৱিকাৰ বাবেও চিন্তিত স্থানীয় ৰাইজ। কাৰণ ভূস্বৰ্গৰ অৰ্থনীতি পৰ্যটন উদ্যোগৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।

এনে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত আন কোনো পৰ্যটকে নিজৰ পৰিয়াল আৰু সন্তানক তালৈ নিয়াৰ পৰিকল্পনা কৰিবনে নাই সেই লৈ স্থানীয় লোক সন্দেহ প্ৰকাশ কৰিছে। এনে পৰিবেশতেই আহে সুনীলৰ ইংগিতদায়ক বাৰ্তা।

অভিনেতাজনে কয় যে সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত তেওঁ নিজেই তাত থকা এজন প্ৰশাসনিক বিষয়াৰ স’তে ফোনযোগে যোগাযোগ কৰি তেওঁক আশ্বাস দিয়ে যে যদি আপুনি ভাবে যে আমি পৰ্যটক হিচাপে বা শিল্পী হিচাপে শ্বুটিংৰ বাবে কাশ্মীৰলৈ যোৱা উচিত তেতিয়া আমি নিশ্চয় যাম।

উল্লেখ্য যে,সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত অভিনেতাগৰাকীয়ে পাকিস্তানত মুক্তি পোৱা ‘কেছাৰী বীৰ’ ছবিখনো বাতিল কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jammu and KashmirPahelgamPahelgam Terror AttackSuniel ShettyTerrorists
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d