১৫ মে’ৰ ভিতৰত নতুন নীতি নামানিলে ম’বাইলত বন্ধ হ’ব হােৱাটছএপ

whatsapp

হােৱাটছএপ বাৱহাৰকাৰীসকলে অহা ১৫ মে’ৰ ভিতৰত কোম্পানীটোৰ নতুন গােপনীয়তা নীতি স্বীকাৰ কৰিব লাগিব। যোৱা জানুৱাৰীৰ আৰম্ভণিতে হােৱাটছএপ নতুন গােপনীয়তা নীতিৰ কথা প্রথম প্রকাশ কৰিছিল। সেই সময় কোম্পানীটোৱে ঘােষণা কৰিছিল যে চাৰি ফেব্ৰুৱাৰীৰ ভিতৰত এই নতুন নীতি ব্যৱহাৰকাৰীসকলে প্ৰহণ নকৰিলে হােৱাটছএপ একাউন্ট বন্ধ হৈ যাব।

কিন্তু দেশজুৰি বহু লােকে এই নীতিৰ তীব্ৰ বিৰােধিতা কৰাৰ লগতে আদালতৰৰ দ্বাৰম্ভ হৈছিল। পাহত হােৱাটছএপে সাময়িকভাৱে গােপনীয়তা নীতি কার্যকৰী কৰাৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছিল। টেকক্ৰান্সৰ প্রকাশিত প্রতিবেদন অনুসৰি, হােৱাটছএপে নতুন গােপনীয়তা নীতিত যথেষ্ট পৰিৱৰ্তন সাধন কৰিছে।

ব্যৱহাৰকাৰীসকলে দূটা বিকল্প লাভ কৰিব। যদিহে নতুন নীতি গ্রহণ কৰিবলৈ ব্যৱহাৰকাৰীয়ে নিবিচাৰে তেন্তে হােৱাটছএপৰ কল’ আৰু নটিফিকেচন’ লাভ কৰিব যদিও ‘মেছেজ প্ৰেৰণ কৰিব নােৱাৰিব।

Exit mobile version