ক’ভিড আপডেট

ppe 01 as gty 200619 hpMain 16x9 992 1

●বিগত ২৪ ঘণ্টাত ভাৰতত  ১০ হেজাৰ ৫৮৪ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

●ইতিমধ্যে মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ১০ লাখ ১৬ হেজাৰ ৪৩৪ জন ।

●ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা হৈছে এক কোটি সাত লাখ ১২ হেজাৰ ৬৬৫ জন ।

●বিগত ২৪ ঘণ্টাত ১৩ হেজাৰ ২৫৫ জন লোক ক’ভিড মুক্ত হৈছে ।

●যোৱা ২৪ ঘণ্টাত ভাৰতত ৭৮ জন ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।

Exit mobile version