ভাৰতত মুকলি কৰা হ’ল ৰিয়েলমি নাৰজ’ ৩০ প্ৰ’ ৫ জি আৰু ৰিয়েলমি নাৰজ’ ৩০ এ

realme narzo 30 pro 5g image 1614156288442

● নাৰজ’ ছিৰিজৰ নতুন মডেল ৰিয়েলমি নাৰজ’ ৩০ প্ৰ’ ৫ জি আৰু ৰিয়েলমি নাৰজ’ ৩০ এ আজি ভাৰতত মুকলি কৰা হ’ল ।
● ৰিয়েলমি নাৰজ’ ৩০ প্ৰ’ ৫ জি হৈছে ৰিয়েলমি কিউ টু-ৰ নতুন সংস্কৰণ ।
● ৰিয়েলমি নাৰজ’ ৩০ প্ৰ’ ৫ জি মেডিয়াটেক ডাইমেনছিটী ৮০০ ইউ আৰু ৫ জি সংযোজিত হ’ব ।
● ৰিয়েলমি নাৰজ’ ৩০ এ মেডিয়াটেক হেলিঅ’ জি৮৫, এছঅ’চি আৰু ৪জি সংযোজিত হ’ব ।
● ভাৰতত ৰিয়েলমি নাৰজ’ ৩০ প্ৰ’ ৫ জিৰ ৬ জিবি ৰেম, ৬৪ জিবি ষ্ট’ৰেজ ভেৰিয়েণ্ট থকা মডেলৰ মূল্য হ’ব ১৬,৯৯৯ টকা আনহাতে ৮জিবি ৰেম + ১২৮ জিবি ষ্ট’ৰেজ থকা মডেলৰ মূল্য হ’ব ১৯,৯৯৯ টকা ।

● ই দুটা বৰণত উপলব্ধ হ’ব তীক্ষ্ণ ক’লা আৰু ব্লেড ছিলভাৰ ।
● ৰিয়েলমি নাৰজ’ ৩০ এ-ৰ ৩জিবি ৰেম + ৩২জিবি ষ্ট’ৰেজ থকা মডেলৰ মূল্য হ’ব ৮,৯৯৯ টকা আৰু ৪জিবি ৰেম + ৬৪জিবি ষ্ট’ৰেজ থকা মডেলৰ মূল্য হ’ব ৯,৯৯৯ টকা ।
● ই দুটা বৰণত উপলব্ধ হ’ব পাতল ক’লা আৰু পাতল নীলা ।

Exit mobile version