মূলাত উপলব্ধ এণ্টিহাইপাৰটেনছিভে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে

60a6eb7e61e996d1907e139b74649f06

● মূলাত ফাইট’কেমিকেলছ আৰু এনথ’চিয়েনিনছ থাকে যিয়ে কাৰচিন’জেনিক হিচাপে কাম কৰে ।
● মূলাত থকা চি ভিটামিনে ডিএনএ-ত ফ্ৰী ৰেডিকেল ক্ষতি ৰোধ কৰাত শক্তিশালী এণ্টিঅ’ক্সিডেণ্ট হিচাপে কাম কৰে ।
● কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায়ক ।
● মূলাত উপলব্ধ এণ্টিহাইপাৰটেনছিভে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ‌।

● ই আমাৰ তেজত বিলিৰুবিনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে আৰু শৰীৰত অক্সিজেন সৰবৰাহ কৰি জণ্ডিছ‌ ৰোগ নিৰাময় কৰে ।
● ই আমাৰ লিভাৰ সুস্থ কৰি ৰাখে ।
● যদি আপুনি সঘনাই চৰ্দি-কাঁহত পৰে তেন্তে মূলা আপোনাৰ খাদ্য প্ৰণালীত অন্তৰ্ভুক্ত কৰা অতি প্ৰয়োজনীয় ।
● মূলাত থকা এণ্টি-ক’জেষ্টিভে ডিঙিত গঠিত শ্লেষ্মা নিৰাময় কৰে ।

● মূলাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
● মূলাত থকা ক’জেষ্টিভ হাপানি ৰোগীৰ বাবে অতি প্ৰয়োজনীয় ।
● ই শ্বাসতন্ত্ৰৰ এলাৰ্জিৰ বিৰুদ্ধে যুঁজ দিয়ে অৰু শ্বাস-প্ৰশ্বাসৰ আৱৰণবোৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে ।

Exit mobile version