বানৰগাঁও আবছু আঞ্চলিক কাৰ্যালয়ত দ্বিপেন বড়োৰ সংবাদ মেল‌

আজি বানৰগাঁও আবছু আঞ্চলিক কাৰ্যালয়ত আবছুৰ সভাপতি দ্বিপেন বড়োৱে সংবাদ মেল‌ আয়োজন কৰে ।

সংবাদ মেলত সভাপতি বড়োৱে কয়, ‘সৰ্বসাধাৰণ ৰাইজে যাতে মুক্ত আৰু নিকা ভোটদান কৰিব পাৰে, ভয়-ভাবুকি দেখুওৱা ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী মোতায়েন কৰিব লাগে । সুস্থ আৰু সবল চৰকাৰ গঠন হ’ব লাগে ।’

Exit mobile version