তিনিচুকীয়াত অসম জাতীয় পৰিষদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ দুই উপদেষ্টাসহ শতাধিক কৰ্মীৰ যোগদান

Screenshot 245

তিনিচুকীয়াত অসম জাতীয় পৰিষদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ দুই উপদেষ্টাসহ শতাধিক কৰ্মীৰ যোগদান ৷ ফিল’বাৰীৰ বাসিন্দা মণিকান্ত মৰাণ আৰু নৰেন্দ্ৰ শইৰকীয়াৰ নেতৃত্বত যোগদান কৰে অসম জাতীয় পৰিষদত ৷

ADVERTISEMENT

আগন্তুক দিনসমূহত বিজেপিৰ মিথ্যাচাৰ উফৰাই অসম জাতীয় পৰিষদে ৰাইজৰ সহযোগত চৰকাৰ গঠন কৰিব বুলি মন্তব্য দুই নেতাৰ ৷

Exit mobile version