পদিনাৰ ঔষধি গুণ

shutterstock 260314481

● পদিনা এণ্টিঅ’ক্সিডেণ্ট আৰু ফাইট’নিউট্ৰিয়েণ্টছযুক্ত হোৱা হেতুকে পেটৰ বাবে উপকাৰী ।
● ইয়াত উপলব্ধ মেন্থলে হজমৰ বাবে প্ৰয়োজনীয় এনজাইমবোৰ উদ্দীপিত কৰে, পেটৰ পেশী শিথিল কৰে আৰু বদহজমত আক্ৰান্ত হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে ।

● পদিনা পেটৰ অম্লতা নিৰাময়ৰ বাবে গুৰুত্বপূৰ্ণ উৎস হিচাপে পৰিচিত ।
● ই পাচনতন্ত্ৰ সুস্থ ৰখাত সহায় কৰে ।

● পদিনা পেটৰ ধপধপনি, অম্লতা আৰু বুকু পুৰণি নিৰাময়ৰ বাবে সহজলভ্য উপায় ।
● সুস্থ গৃষ্ম কালৰ বাবে পদিনা অতি প্ৰয়োজনীয় ।

Exit mobile version