তিনিচুকীয়াৰ বৰগুৰিত সংঘটিত ভয়ানক পথ দুৰ্ঘটনা

WhatsApp Image 2021 03 03 at 9.02.24 PM

দুই মটৰচাইকেল আৰোহীয়ে খোজকাঢ়ি অহা মহিলাক খুন্দা মাৰে ৷

খুন্দা মৰা পালচাৰ মটৰচাইকেলখনৰ নম্বৰ এছ ২৩ কিউ ৭০২৬ ৷

ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনিওকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ললৈ লৈ যোৱা হৈছে ৷

আঘাতপ্ৰাপ্ত দুই যুৱক ক্ৰমে ৰূপম দাস, প্ৰদীপ দাস আৰু মহিলাগৰাকীৰ নাম বীনা দাস ৷

ইতিমধ্যে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বীনা দাসক উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷

Exit mobile version