কংগ্ৰেছৰ টিকট লৈ কংগ্ৰেছ কৰ্মী সকলৰ মাজত ক্ষোভ অব্যাহত

Aminul Hoque Laskar

কাছাৰ জিলাৰ সোনাই সমষ্টিত আমিনুল হক লস্কৰক কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰাৰ বাবে সোনাই কংগ্ৰেছ কৰ্মী সকলৰ মাজত ক্ষোভৰ জুই জ্বলিছে ৷

ADVERTISEMENT

আজি সোনাই ব্লক কংগ্ৰেছ কাৰ্য্যালয়ৰ সম্মুখত এনামুল হকৰ সমৰ্থকসকল উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ এই সিদ্ধান্তৰ বিৰুদ্ধে টায়াৰ জ্বলাই ক্ষোভ প্ৰকাশ কৰে ৷

লগতে তেওঁলোকে কয় যে যদি আমিনুল হক লস্কৰক সোনাইৰ পৰা টিকেট প্ৰদান কৰা নহয় তেনেহলে তেওঁলোকে মুকলিকৈ কংগ্ৰেছৰ বিৰোধী কৰিব ৷ তেওঁলোকৰ এটাই দাবী সোনাই সমষ্টিৰ পৰা এনামুল হকক টিকেট প্ৰদান কৰিব লাগিব ৷

Exit mobile version