মঙলদৈত কুৰি লক্ষ্যাধিক টকাৰে নিৰ্মিত দৰঙী ৰজাৰ প্রতিস্থাতা ৰজা ধৰ্মনাৰায়ণৰ পূৰ্ণঅৱয়ব মূৰ্তি উন্মোচন

মঙলদৈ চহৰৰ মাজ মজিয়াস্থিত বৰপুখুৰীৰ পাৰত শিল্পী বীৰেন সিংহই নিৰ্মান কৰি উলিওৱা মূৰ্তি আজি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কনকসেন ডেকাই ।

ADVERTISEMENT

উন্মোচনী অনুষ্ঠানত বিশিষ্টা লেখিকা অনুৰাধা শৰ্মা পূজাৰী, ডাঃ ইৰচাদ আলি, বিশিষ্ট সাহিত্যিক ইদ্রিছ আলি, শিল্পী বীৰেন সিংহ আৰু মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস শিল্পী প্রাঞ্জল শৰ্মাই আঁত ধৰা মনোজ্ঞ অনুষ্ঠানত সাহিত্যিক, গীতিকাৰ চহিৰ ভূঞা আৰু ডাঃমহেশ ডেকাৰ ৰচিত বৃন্দগীতে সকলোকে আপ্লুত কৰে ।

Exit mobile version