জানো আহক মটৰৰ উপকাৰিতা

Peas in pods Studio

* মটৰত উপলব্ধ ফাইবাৰে হজম শক্তি বৃদ্ধি কৰে ।
* মটৰত উচ্চ পৰিমাণৰ আয়ৰন থকাৰ বাবে ই ৰক্তহীনতা ৰোগ প্ৰতিৰোধৰ বাবে উপকাৰী ।
*  মটৰ উচ্চ পৰিমাণৰ চি ভিটামিনযুক্ত হোৱা বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
* মটৰত উপলব্ধ কেৰ’টেন’ইড পিগমেণ্ট লুটেইনে চকুত ছানি পৰাৰ পৰা সুৰক্ষা প্ৰদান কৰে আৰু বৃদ্ধ বয়সত দৃষ্টি শক্তি ভালে ৰাখে ।


* মটৰে দৃষ্টি শক্তি বৃদ্ধি কৰে ।
* মটৰত থকা অদ্ৰৱণীয় ফাইবাৰে হৃদৰোগ প্ৰতিৰোধ কৰে ।
* মটৰে শৰীৰত ৰক্তৰ শৰ্কৰা স্থিতিশীল কৰে ।


* বীনৰ তুলনাত মটৰত কম পৰিমাণৰ চৰ্বি আৰু কেলৰি থাকে । এশ গ্ৰাম মটৰত ৮১ গ্ৰাম কেলৰি থাকে ।
* ইয়াত উপলব্ধ উচ্চ পৰিমাণৰ ফাইবাৰে ওজন হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
* মটৰত উপলব্ধ ক’লাজেনে গাৰ ছাল ভালে ৰাখে ।

Exit mobile version