Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Home Remedies For Hypertension :দৰৱ খাবলৈ নাপাহৰে, অথচ ৰক্তচাপ কমা নাই ?

publisher by publisher
May 17, 2024
in Health, Lifestyle
Reading Time: 2 mins read
0
Home Remedies For Hypertension :দৰৱ খাবলৈ নাপাহৰে, অথচ ৰক্তচাপ কমা নাই ?
12
SHARES
122
VIEWS
ShareShareShareShare

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

Home Remedies For Hypertension :

দৰৱ খাবলৈ নাপাহৰে, অথচ ৰক্তচাপ কমা নাই ? দৈনন্দিন ৰুটিনত পাঁচটা পৰিৱৰ্তন কৰিলে সুস্থ হৈ থকাটো সহজ হ’ব ৷

ADVERTISEMENT

চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰিব লাগে। কিন্তু ঔষধ খোৱাৰ উপৰিও ঘৰতে ৰক্তচাপও কমাব পাৰি। তাৰ বাবে মাত্ৰ কেইটামান নিয়ম মানি চলিব লাগিব।

বিভিন্ন কাৰণত ৰক্তচাপ বৃদ্ধি পায়। ইয়াৰে এটা হ’ল ব্যস্ততা, মানসিক অৱসাদ, উদ্বিগ্নতা।

অত্যধিক চিন্তা কৰিলে ৰক্তচাপ বৃদ্ধি পায়। এটা নিৰ্দিষ্ট বয়সৰ পিছত এনে দীৰ্ঘদিনীয়া সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে।

শেহতীয়াকৈ অৱশ্যে বহু লোকে কম বয়সতো উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ঔষধ সেৱন কৰে। এবাৰ ৰক্তচাপ বৃদ্ধি হ’লে ইয়াক স্বাভাৱিক কৰাটো সহজ নহয়। তাৰ বাবে বহুত কষ্ট কৰিবলগীয়া হয় । ই ৰক্তচাপ বাঢ়ি থাকিলে হৃদৰোগৰ সম্ভাৱনা বাঢ়ি যায়।

ওজন কমাবলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ নিয়মিত ব্যায়াম নিশ্চিতভাৱে প্ৰয়োজনীয়। কিন্তু যিসকলৰ উচ্চ ৰক্তচাপ আছে তেওঁলোকৰ বাবে প্ৰতিদিনে কমেও ৩০ৰ পৰা ৪০ মিনিট ব্যায়াম কৰাটো প্ৰয়োজনীয়। যিমানেই কাৰ্ডিঅ’ কৰিব সিমানেই তেজৰ চলাচল হ’ব, হৃদযন্ত্ৰ সিমানেই সুস্থ হ’ব। হৃদৰোগৰ সম্ভাৱনা কমি যাব। খোজ কাঢ়িলেই হ’ব।

উচ্চ ৰক্তচাপ থকা ৰোগীয়ে পটাছিয়াম বেছিকৈ খাব লাগে। ৰক্তচাপ কমোৱাৰ বাবে পটাছিয়াম অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। গতিকে পটাছিয়াম সমৃদ্ধ খাদ্য বেছিকৈ খাব লাগে। দৈনন্দিন খাদ্য তালিকাত কল, এভোকেডো, , বিলাহী, ৰঙা আলু, বাদাম, দৈ আদি খাদ্য অন্তৰ্ভুক্ত কৰক।

উচ্চ ৰক্তচাপ থকাসকলে ধূমপান আৰু মদ্যপান কমাব লাগিব। যদি ধূমপান আৰু মদ্যপানৰ আসক্তি কমাব নোৱাৰে তেন্তে ইয়াৰ পৰিমাণ সীমিত কৰিব লাগে। শেহতীয়া গৱেষণাত দেখা গৈছে যে মদ্যপানে প্ৰায় ১৬ শতাংশ ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। নিকোটিনে ৰক্তবাহী নলীৰ গুৰুতৰ ক্ষতিও কৰে। গতিকে সেইবোৰ এৰাই চলাই ভাল।

স্বাভাৱিকতে মানুহে প্ৰতিদিনে ৫ গ্ৰামতকৈ অধিক নিমখ সেৱন কৰিব নালাগে। উচ্চ ৰক্তচাপ ৰোগীৰ জীৱনৰ পৰা নিমখৰ সোৱাদ নাইকিয়া কৰাটো ভাল। জাংক ফুড, ফ্ৰাইড ফুড, বিস্কুট আৰু অন্যান্য জলপানতো নিমখ থাকে। গতিকে বাহিৰৰ যিকোনো খাদ্য খোৱাৰ আগতে সাৱধান হওক।

কাৰ্বহাইড্ৰেট কম খাব। আটা, চেনি, বগা চাউল, কেক, পেটি, বাৰ্গাৰ, বগা ৰুটি আদি খাদ্য খোৱাৰ পৰা বিৰত থাকক। গতিকে আটাৰ ৰুটিৰ সলনি বাজৰা, ৰাগীৰ ৰুটি খাব পাৰে। সাধাৰণ ইডলি-ডোছাৰ পৰিৱৰ্তে চেমোলিনা বা ৰাগি ইডলি খাব লাগে। গোটা শস্যৰ আটাৰ ৰুটি খালে ভাল। যিমানেই ওজন নিয়ন্ত্ৰণ কৰিব সিমানেই ৰক্তচাপ কম হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HealthHome RemediesHypertension
publisher

publisher

Related Posts

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

August 26, 2026
Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য
Bussiness

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

August 25, 2026
দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক
Lifestyle

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

August 22, 2026
পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি
Lifestyle

পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

August 22, 2026
গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?
Lifestyle

গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

August 20, 2026
সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?
Lifestyle

সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

May 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d