তিলৰ উপকাৰিতা

sesameseeds2x 58a4b41c3df78c4758d5c507

■ তিলে চুলিৰ গুৰি শক্তিশালী কৰে । ইয়াত উপলব্ধ উচ্চ পৰিমাণৰ অ’মেগা ফেটী এচিডে চুলি দীঘল হোৱাত সহায় কৰে আৰু চুলি ফটা ভাল কৰে ।
■ তিল হৈছে এণ্টিঅ’ক্সিডেণ্টযুক্ত যিয়ে ছাল ভালে ৰাখে ।
■ তিলত উপলব্ধ তেলে গাৰ ছাল কোমল কৰে ।

■ তিলত থকা তেলে দাঁতৰ ফলক অপসাৰণ কৰাত সহায় কৰে ।
■ তিলত উপলব্ধ উচ্চ ফাইবাৰ আৰু অসংপৃক্ত ফেটী এচিডে কোষ্ঠকাঠিন্য ৰোগ নিৰাময় কৰাত সহায় কৰে ।

■ তিল উচ্চ চৰ্বিযুক্ত হোৱাৰ বাবে ই শক্তিৰ ভাল উৎস । ইয়াত পলীআনছেছুৰেটেড ফেটী এচিড আৰু অ’মেগা-৬ৰ দৰে স্বাস্থ্যকৰ ফেটী উপলব্ধ । লগতে ফাইবাৰ, আয়ৰন, কেলচিয়াম, ফছফৰাছ আৰু মেগনেছিয়ামে শৰীৰৰ শক্তি বৃদ্ধি কৰে ।
■ তিলত থকা উচ্চ পৰিমাণৰ মেগনেছিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ।

Exit mobile version