নাৰিকল তেলত থকা চমৎকাৰী গুণ

coconut oil is seen as healthy but is it really as healthy as people think it is

★নাৰিকল তেলত ৪০ শতাংশ লৰিক এচিড পোৱা যায়, যি আমাৰ শৰীৰত দেখা দিয়া বিভিন্ন সংক্ৰমণৰ লগত যুজিবলৈ সহায় কৰে ।
★ শৰীৰৰ কোনো অংশত আঘাত লাগিলে মৃত হৈ পৰা কোষিকাবোৰ নাৰিকল তেলে পুনৰ জীৱিত কৰি তোলে ।

★নাৰিকল তেলত কেলচিয়াম আৰু মেগনেচিয়াম থকাৰ বাবে ই শৰীৰৰ হাড়বিলাক মজবুত কৰি ৰাখে ।

★চুলিৰ বাবেও নাৰিকল তেল উত্তম।

★নিয়মীয়াকৈ নাৰিকল তেলেৰে মালিচ কৰিলে শৰীৰৰ পেশী সবল হোৱাৰ লগতে চৰ্বি হ্ৰাস হয়।

★নাৰিকল তেলে হৰম’নৰ সমতা ৰক্ষা কৰে বাবে ছালৰ ৰোগ প্ৰতিৰোধত সহায়ক হয়।

★নাৰিকল তেলে শৰীৰৰ ছাল কোমল আৰু মিহি কৰি ৰখাত সহায় কৰে ।

★নাৰিকল তেলেৰে নিয়মিত ৰুপত মূৰৰ মালিচ কৰিলে মগজু শীতল হৈ থকাৰ উপৰিও চুলি সৰা, চুলি পকা, উফি হোৱা ইত্যাদি সমস্যাৰ পৰা হাত সাৰিব পাৰি ।

★নাৰিকল তেলে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।

★নাৰিকল তেলে নামৱ দেহৰ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে স্মৃতিশক্তিতো প্ৰভাৱ পেলায়।

★পৰিপুষ্টি বিজ্ঞানত প্ৰমাণ হৈছে যে নাৰিকল তেল যিসকলে খায়, তেওঁলোকৰ হৃদৰোগ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

Exit mobile version