Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Assam Election:শাৰদীয় দুর্গোৎসৱৰ পাছতে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

    AASU Protest:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ উত্তাল প্রতিবাদ

    Dispur:দ্বিবিভক্ত হোৱাৰ দিশে দিছপুৰ থানা !

    Bibekraj Singh:Narcotics Control Bureau ৰ উপ-সঞ্চালক প্রধান পদত নিযুক্তি অসম আৰক্ষীৰ আইজিপি বিবেক ৰাজ সিং

    Satgaon Theft Incident:মহানগৰীৰ সাতগাঁৱত পুৱতে নিশা গুদামৰ শ্বাটাৰ ভাঙি ৮০খনকৈ চাইকেল চুৰি দুর্বৃত্তৰ

    Guwahati:মহানগৰীৰ হাতীগাঁৱত নিশা ভয়ংকৰ ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

publisher by publisher
April 21, 2026
in Lifestyle
Reading Time: 1 min read
0
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Artificial flood in Jorabat:এজাক মুষলধাৰ বৰষুণত ডুব গ’ল যোৰাবাট

Assam Election:শাৰদীয় দুর্গোৎসৱৰ পাছতে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

AASU Protest:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ উত্তাল প্রতিবাদ

গৰমৰ দিনবোৰ আৰম্ভ হৈছে হে; অথচ এতিয়াৰে পৰাই গাত অস্বত্বিভাবৰ সৃষ্টি হ’বলৈ ধৰিছে। শৰীৰত পানীৰ পৰিমাণ কমি যোৱাৰ ফলত হাত-ভৰিৰ ত্বকো শুকান হৈ পৰিবলৈ ধৰিছে।

ADVERTISEMENT

শীতকালৰ মইশ্বাৰাইজাৰ সনাৰ সময়ো ইতিমধ্যে আঁতৰিছে। সেই শুকান ছালৰ বাবে অস্বস্তিৰ সৃষ্টি হোৱাৰে কথা। অৱশ্যে সমস্যা বুলি ভাবি অস্বস্তি প্রকাশ কৰি বহি থাকিলেইতো নহ’ব! সমাধানো বিচাৰিব লাগিব।

গৰমৰ দিনতো ত্বক নমনীয় আৰু আকর্ষণীয় কৰি ৰাখিবলৈ হ’লে কি কি কৰা আৱশ্যক, সেয়াও এবাৰ চাই লোৱা উচিত।

গৰমৰ দিনবোৰত প্ৰখৰ ৰ’দৰ বাবে ত্বক পুৰি যোৱাৰ সম্ভাৱনা অধিক। গৰমৰ আতিশয্যৰ বাবে কেতিয়াবা দীঘল হাতৰ চোলা পিন্ধিবলৈকো মন নাযায়।

সেইদৰে ছাতি, ছানগ্লাছ আদিও কেতিয়াবা বোজাস্বৰূপ হৈ পৰে। যেতিয়াৰ পৰাই আপুনি এই জৰুৰী বস্তুসমূহ বোজা বুলি ভাবিবলৈ আৰম্ভকৰিব, তেতিয়াৰ পৰাই আপোনাৰ কোমল ত্বকৰো অৱস্থা হ’বলৈ ধৰিব।

যি ত্বকৰ বাবে ২৫-২৬ বছৰ বয়সীয়া যুৱতীৰ প্ৰতিও মানুহৰ ষোড়শীৰ দৰে আকৰ্ষণৰ সৃষ্টি হয়, যি ত্বকৰ ফালে চালে এটা সময়ত দৃষ্টিও পিছলি গৈছিল, সেই ত্বকেই হয়তো লজ্জাৰ কাৰণ হৈ পৰে। কিন্তু মুখ লুকুৱাই ফুৰিলে সমস্যাও নাথাকিব বুলিতো কোনো কথা নাই!

সেই বাবেই আমাক সমাধানৰো প্রয়োজন।সচৰাচৰ প্ৰকৃতিয়ে আমাৰ শৰীৰত মইশ্বাৰাইজৰ ব্যৱস্থা কৰিয়ে পৃথিবীলৈ প্ৰেৰণ কৰে। সেই সহজাত মইশ্বাৰ যদি বিপন্ন হয়, তেন্তে জীবনো বিপন্ন হ’বলৈ বাধ্য! কি এই মইশ্বাৰ?

সেয়া হ’ল পানী। গৰমৰ দিনত ঘামৰ কাৰণে যিদৰে শৰীৰত পানীৰ পৰিমাণ দ্রুতগতিৰে কমিবলৈ ধৰে, সেইদৰে শুকান গৰমতো পানীৰ পৰিমাণ হ্রাস পায়। ইয়াৰ ফলত সঘনাই পানী পান কৰাৰ প্ৰৱণতা বৃদ্ধি পায়। দিনে কমেও সাত-আঠ গিলাচ পানী পান কৰিলেহে এই অভাৱ দূৰ হ’ব পাৰে।

মনত ৰাখিব, শৰীৰৰ পৰা পানী ওলাই গৈ আছে, অথচ সেয়া পূৰণ কৰিবলৈ কোনো ধৰণৰ চেষ্টা কৰা নাই; সেই মানসিকতা অক্ষুণ্ণ ৰাখিলে সোনকালে অসুস্থ হৈ পৰিব পাৰে। একেসময়তে স্বাভাবিক কমনীয়তা হেৰুৱাই ত্বকত অকাল জৰাগ্রস্ততাৰ লক্ষণ ফুটি উঠিব পাৰে।

সেয়ে গৰমৰ দিনবোৰত পর্যাপ্ত পৰিমাণৰ পানী গ্রহণ কৰিব লাগে। ইয়াৰ উপৰি পানীৰ অভাৱ পূৰণ কৰিবলৈ ফলৰ বস, এল’ভেৰাৰ বস আদিও পান কৰিব পাৰে। আঙুব, তিয়হ, জামু, আনাৰস, ছিৰাল, তৰমুজ, আপেল, বঙা কেছিকাম খাব লাগে।

ডায়েটত ফলমূল থাকিলে শৰীৰত জলয়ী দ্ৰৱণৰ সমতা অটুট থাকে। ত্বকো সজীব হৈ থাকে। সেয়ে উৎকট গৰমত শৰীৰ সতেজ কৰি ৰাখিবলৈ ফল আৰু পানী সম পৰিমাণে গ্রহণ কৰিব লাগে। পাৰিপাৰ্শ্বিক বতৰত গৰম থাকিলেও ভিতৰৰ পৰা আপুনি ঠাণ্ডা হৈ থাকিব পাৰিব। শৰীৰো থাকিব সুস্থ।

ইয়াৰ উপৰি গৰমত ত্বক সুস্থ কৰি ৰাখিবলৈ অতিৰিক্ত ছ’ডিয়ামযুক্ত খাদ্যৰ পৰা দূৰত থাকিব। কম ৰাসায়নিকযুক্ত ফ্রেছৱাছ ব্যৱহাৰ কৰিব। ইউ ভি এ আৰু ইউ ভি বিৰ পৰা ৰক্ষা পাবলৈ এছ পি এছ-৩০ৰ বেছি ছানস্ক্রীণ লোচন ব্যৱহাৰ কৰিব।

দিনৰ বেলা বাহিৰলৈ ওলালে প্রতি চাৰি ঘণ্টাৰ অন্তৰালত নতুনকৈ ছানস্ক্রীণ ব্যৱহাৰ কৰিব। শৰীৰত জলীয় দ্ৰৱণৰ মাত্রা সঠিক ৰাখিবলৈ হ’লে গ্রীণ-টি পান কৰিব পাৰে। গ্রীণ-টিত বৃহৎ পৰিমাণৰ শীতলীকৰণ শক্তি আছে। গৰমৰ দিনত শৰীৰৰ তাপমাত্রা স্বাভাবিকভাবে ৰাখিবলৈ হ’লে গ্রীণ-টিয়ে ত্বক নিমজ কৰি ৰাখে।

গৰমত ত্বকৰ যি ক্ষতিসাধন হয়, সেয়া পূৰণ কৰাত গ্রীণ-টি সিদ্ধহস্ত। পানীত গুড়ি কৰা চেনি আৰু গ্রীণ টি মিহলাই এটা মিশ্রণ তৈয়াৰ কৰি ত্বকত সানিব। এই মিশ্রণে ক্ৰেবাৰৰ কাম কৰে। নিয়মিতৰূপে ব্যৱহাৰ কৰিলে অভাবনীয় ফল লাভকৰিব। ত্বকৰ অনাকাংক্ষিত স্কিন টোনৰ সমস্যাৰ পৰা ৰক্ষা কৰাত এই ঘৰুৱা প্রয়োগ অতি উপযোগী। একে সময়তে ত্বকৰ ক’লা দাগো দূৰ কৰি উজ্জ্বলতা আনি দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

August 26, 2026
দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক
Lifestyle

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

August 22, 2026
পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি
Lifestyle

পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

August 22, 2026
গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?
Lifestyle

গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

August 20, 2026
সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?
Lifestyle

সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

May 7, 2026
ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়
Lifestyle

ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

May 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d