কন্যা সন্তানৰ দুমাহ হোৱাৰ উপলক্ষে ৰামধেনু ৰঙৰ কেক কাটিলে বিৰাট অনুস্কাই

782055 vamika virat anushka

নিজৰ ইনস্টাগ্রাম একাউন্টত অভিনেত্ৰী অনুস্কা শৰ্মাৰ স’তে ফটো শ্বেয়াৰ কৰিলে বিৰাট কোহলিয়ে । দম্পত্তিহালৰ মৰম ভালপোৱা দেখি তেওঁলোকক মৰমেৰে উপচাই পেলালে অনুৰাগীসকলে

নিজৰ নতুন ফটোৰ লগতে কন্যাৰ কেকৰ ফটো শ্বেয়াৰ কৰিলে বিৰাটে ।অনুস্কা আৰু বিৰাটৰ কন্যা ভূমিকাই দুমাহ সম্পূৰ্ণ কৰিলে ।কন্যা দুমাহ সম্পূৰ্ণ কৰাৰ উপলক্ষে ৰামধেনু ৰঙৰ কেক কাটিলে বিৰাট অনুস্কাই।

কিছুদিনৰ পূৰ্বেই মা হৈছিল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী অনুস্কা।মাক হোৱাৰ পাছতো নিজৰ কন্যাৰ ছবি শ্বেয়াৰ কৰা দেখা নাযায় অনুস্কা শৰ্মাক।

Exit mobile version