গাড়ীৰ ভিতৰত পোছাক সলনি কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল অভিনেত্ৰী জাহ্নৱী কাপোৰ

922308 janhvi kapoor car

বলিউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰৰ নতুন ছবি ‘ৰুহিৰ’ৰ প্ৰচাৰ ইতিমধ্যে আৰম্ভ হৈছে। ছবিখনৰ প্ৰচাৰৰ সময়ত জাহ্নৱী কাপুৰৰ কে’বাখনো ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত জাহ্নৱীয়ে ৰুহিৰ প্ৰচাৰৰ পাছত ফটোশ্বুট সম্পূৰ্ণ কৰি নিজৰ গাড়ীতে কাপোৰ সলনি কৰা দেখা গৈছে৷

গাড়ীৰ ভিতৰত কি পোছাক সলনি কৰিলে জাহ্নৱীয়ে ? অভিনেত্ৰী জাহ্নৱীক স্কাৰ্টৰ পৰা জিন্স পিন্ধি থকা দেখা যায় আৰু সেই ফটো এতিয়া ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত ।যদিও বৰ্তমানলৈকে অভিনেত্ৰীগৰাকীয়ে বিষয়টোৰ ওপৰত কোনো মন্তব্য কৰা নাই।

Exit mobile version