তিনিচুকীয়া জিলাত প্ৰাক নিৰ্বাচনী হিংসা

843476 crime murder 1

■ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ অন্তৰ্গত ডুমডুমা নগাঁৱত বিজেপি দলৰ বুথ সভাপতি দেবানন্দ গগৈক হত্যা ।
■ তথ্য অনুসৰি সন্ধিয়া কোনো অজ্ঞাত দুৰ্বৃত্তই চুৰী মাৰি হত্যা কৰে বিজেপিৰ বুথ সভাপতিজনক।
■ ঘটনাক লৈ বৰডুচাত তীব্ৰ চাঞ্চল্য ।
■ ৰাজনৈতিক হত্যাৰ অভিযোগ উত্থাপন হৈছে ৷

Exit mobile version