Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

হাউলীত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল

বিভিন্ন সময়ত অসমত বসবাস কৰা হিন্দু বঙালীসকলে হাৰাশাস্তি পোৱাৰ অভিযোগ

publisher by publisher
March 14, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
হাউলীত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল
7
SHARES
69
VIEWS
ShareShareShareShare

হাউলীৰ ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগণত আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিয়ে এক সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেলত  ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি অজয় ভূষণ সৰকাৰে কয় যে, ডি’ ভোটাৰ , এনআৰচি, নাগৰিকত্ব আদি সমস্যা সমাধানৰ কাৰণে বঙালী সম্প্ৰদায়ৰ ৯৯ শতাংশ লোকে বিজেপি দলক ভোটদান কৰি সৰ্বানন্দ সোণোৱাল চৰকাৰ গঠন কৰিবলৈ সহায় কৰিছিল । কিন্তু বঙালী সম্প্ৰদায়ৰ কোনো এটা সমস্যাই বিজেপি চৰকাৰখনে সমাধান নকৰিলে বুলি ভূষণে ক্ষোভ প্ৰকাশ কৰে |

ADVERTISEMENT

লগতে ভূষণে কয় যে, ২০২১ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে ব্ৰহ্মপুত্ৰ ভেলীৰ বঙালী সম্প্ৰদায় থকা ১৫টা সমষ্টিত বিজেপি দলৰ পৰা প্ৰাৰ্থীত্ব দাবী কৰা হৈছিল, কিন্তু বিজেপি দলটোৱে বঙালী সম্প্ৰদায়ৰ কোনো এজন লোককে দলীয় টিকট প্ৰদান নকৰিলে । বিজেপিয়ে ইয়াৰ ফল ভুগিব লাগিব ।

RelatedPosts

তুলসীবিলত সদৌ অসম বাঙালি যুৱ ছাত্র ফেডাৰেচনৰ প্ৰতিবাদ,শৃংখল চলিহাক সকিয়নি সদৌ অসম বাঙালি যুৱ ছাত্র ফেডাৰেচনৰ

ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে অনুষ্ঠিত কৰা সভাত বাঙালী সংগঠনৰ নেতৃবৃন্দক আমন্ত্ৰণ নকৰাত ক্ষোভ প্ৰকাশ সদৌ অসম বাঙালী যুৱছাত্ৰ ফেডাৰেছনৰ

সদৌ অসম বাঙালি যুৱ ছাত্র ফেডাৰেচনৰ প্রাক্তন সভাপতি বেনীমাধব ৰায়ৰ মৃত্যুত শোক প্ৰকাশ

সমাগত নিৰ্বাচনত যিবিলাক সমষ্টিত বঙালী সম্প্ৰদায়ৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে সেই সমষ্টিসমূহত বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে পূৰ্ণ সমৰ্থন জনাব বুলিও তেওঁ কয় । লগতে বাঙালী সম্প্ৰদায়ৰ প্ৰাৰ্থী নথকা সমষ্টিসমূহত বিবেক ভোটদান কৰিবলৈ বাঙালী সম্প্ৰদায়ৰ লোকসকলক আহ্বান জনায় ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সৰকাৰে ।

উক্ত সংবাদ মেলখনত ফেডাৰেচনৰ জিলা সভাপতি নীলকান্ত কৰ্মকাৰে কয় যে, বিভিন্ন সময়ত অসমত বসবাস কৰা হিন্দু বাঙালী সকলে এফটি কোর্টৰ লগতে ডিটেনশ্বন কেম্পৰ ক্ষেত্রতো বিভিন্ন সময়ত হাৰাশাস্তি ভুগ কৰিবলগা হৈছে । এনআৰচি প্রস্তুতকৰণৰ সময়ত যিসকল ভাৰতীয় লাখ লাখ নাগৰিকে হিয়াৰিঙৰ সময়ত বায়’মেট্রিক দিবল’গীয়া হৈছিল, সেইসকল লােকে সম্প্রতি অসমৰ বিভিন্ন আধাৰ কেন্দ্ৰত আধাৰ কার্ড বনাবলৈ গ’লে এনআৰচিৰ সময়ত দিয়া বায়া’মেট্রিক বাতিল কৰিলেহে আধাৰ কার্ড বনাব পাৰিব বুলি কৈ আধাৰ কর্তৃপক্ষই উভতাই পঠিয়াই দিয়ে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

উল্লেখিত নাগৰিকসকলে বৰ্তমান লৈকে আধাৰ কার্ড প্ৰস্তুত কৰিব নােৱাৰাত আতংকিত হোৱা পৰিলক্ষিত হৈছে । যিহেতু চৰকাৰখনে সকলাে ক্ষেত্রতে আধাৰ কার্ড বাধ্যতামূলক কৰিছে যাৰ বাবে ৰেচন কার্ড, পিএমজিৱাই আঁচনিৰ গৃহ, বেংক একাউন্ট , ছাত্র-ছাত্রী স্ক’লাৰশ্বিপকে আদি কৰি সকলাে ক্ষেত্রতে আধাৰ কার্ড প্রয়ােজন হােৱাত বৰ্তমান সম্প্ৰদায়টোৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হােৱা বুলি কৰ্মকাৰে অভিযোগ কৰে।

ইয়াৰোপৰি যিসকল বঙালী হিন্দুসকলে ভাৰতৰ স্বাধীনতাৰ ক্ষেত্ৰত নিজৰ তেজৰ বলিদান দি ভাৰত স্বাধীন কৰিলে সেইসকল বঙালী হিন্দুসকলে বর্তমান কোনাে গুৰুত্ব পোৱা নাই  বুলিও আক্ষেপ প্ৰকাশ কৰে ।

‘কা’ৰ নামত বঙালী হিন্দুসকলৰ ওপৰত বিভিন্ন দিশত মানসিক, শাৰীৰিক আৰু ধর্মীয়ভাৱে বিভিন্ন সময়ত অপদস্থ হৈ আছে । আগন্তুক দিনত বাঙালী হিন্দুসকলৰ এনে ধৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কাৰ্যব্যৱস্থা হাতত লোৱাৰ বাবে সংবাদ মেলৰ জৰিয়তে চৰকাৰক আহ্বান জনায় ফেডাৰেচনৰ জিলা সমিতিৰ সভাপতি নীলকান্ত কৰ্মকাৰে । সংবাদলমেলত ফেডাৰেচনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক স্বৰূপ দাসৰ লগতে বিভিন্ন লোক উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: All Assam Bengali Youth Students Federation
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d