ইপিপিএলৰ দলীয় প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে ইউপিপিএলৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰীয়ে

6afa23d3 57f2 4b7f b346 57d903686b59

২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিত সোমনাথ নাৰ্জাৰী ।

২৯ কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিত(জনজাতি সংৰক্ষিত) মনোৰঞ্জন ব্ৰহ্ম ।

৩০ নং কোকৰাঝাৰ পুৱ বিধানসভা (জনজাতি সংৰক্ষিত) সমষ্টিত লৰেঞ্চ ইছলাৰী ।

৩১ নং চিদলী (জনজাতি সংৰক্ষিত) জয়ন্ত বসুমতাৰী ।

৩৩ নং বিজনী সমষ্টিত ফনীন বড়ো ।

৫৮ নং তামোলপুৰ সমষ্টিত লেহো ৰাম বড়ো ।

৬২ নং বৰমা(জনজাতি সংৰক্ষিত) ভূপেন বড়ো ।

৬৩ নং চাপাগুৰী সমষ্টিত উৰ্খাও গৌৰা ব্ৰহ্ম ।

Exit mobile version