প্ৰকাশিত কৰা হ’ল অস্কাৰৰ বাবে মনোনীত ব্যক্তিৰ তালিকা

187381 untitled design 2021 03 16t095245682

অস্কাৰৰ বাবে মনোনীত ব্যক্তিৰ তালিকা Oscars.com বিশ্বব্যাপী শাখাৰ জৰিয়তে ঘোষণা কৰিলে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে ।অহা ২৫ এপ্ৰিলত অস্কাৰ প্ৰাপ্ত সকলৰ নাম ঘোষণা কৰা হ’ব।

ইনষ্টাগ্ৰামত এই কথা সদৰী কৰিলে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী প্রিয়ংকা চোপ্ৰাই । প্ৰিয়ংকা চোপ্ৰা অভিনীত ‘দ্য হোৱাইট টাইগাৰ’ক অস্কাৰৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ তালিকাত মনোনীত কৰা হৈছে।

ছবিখনৰ কাহিনী অৰবিন্দ আদিগাৰৰ উপন্যাস মেন বুকাৰ পুৰস্কাৰ বিজয়ীৰ উপন্যাসৰ পৰা লোৱা হৈছে ছবিখনৰ গল্প। প্ৰিয়ংকাই হোৱাইট টাইগাৰত অভিনয় কৰাৰ লগতে ছবিখনত প্ৰযোজনাও কৰিছে। অভিনেত্ৰীগৰাকীৰ উপৰিও ছবিখনত ৰাজকুমাৰ ৰাও আৰু আদৰ্শ গৌৰৱেও অভিনয় কৰিছে।

Exit mobile version