জোনাইত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ

ExEjQcWVIAUHk7l e1616403766645

● মুখ্যমন্ত্ৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে গৃহমন্ত্ৰী শ্বাহে ।
● নিৰ্বাচনী প্ৰচাৰ সভাত তীব্ৰ কটাক্ষ গৃহমন্ত্ৰীগৰাকীৰ ।
● কংগ্ৰেছৰ দিনত অসমত হিংসা, প্ৰতিবাদ হৈছিল আৰু বিজেপিৰ দিনত বিকাশ হৈছে ।
● অসমৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৫৩ হেজাৰ কোটি টকাৰ আৱন্তন ঘোষণা কৰিছে ।
● বদৰুদ্দিন আজমলক কোলাত বহুৱাই নিৰ্বাচন জিকাৰ সপোন দেখিছে কংগ্ৰেছে ।
● বিজেপি চৰকাৰে ভূপেন হাজৰিকা দেৱক ভাৰত ৰত্ন উপাধি প্ৰদান কৰিলে ।

Exit mobile version