■ আজি সন্ধিয়া ভাৰতীয় সময় ৭:৩০ত ওৱানপ্লাছ ৯ আৰু ওৱানপ্লাছ ঘড়ী মুকলি কৰা হ’ব ।
■ওৱানপ্লাছ ৯ উপলব্ধ হ’ব তিনিটা ৰঙত আৰ্কটিট আকাশী, এষ্ট্ৰেল ক’লা আৰু উইণ্টাৰ মিষ্ট ৰঙত ।
■ ওৱানপ্লাছ ৯আৰ কাৰ্বন ক’লা আৰু লেক নীলা ৰঙত উপলব্ধ হ’ব ।
■ ওৱানপ্লাছ ৯-ৰ ৮জিবি ৰেম+১২৮জিবি ষ্ট’ৰেজ মডেলৰ মূল্য ৪৯,৯৯৯ টকা । ১২জিবি ৰেম+২৫৬জিবি ষ্ট’ৰেজ মডেলৰ মূল্য ৫৪,৯৯৯ টকা ।
■ ওৱানপ্লাছ ৯ প্ৰ’ ৮জিবি ৰেম+১২৮জিবি ষ্ট’ৰেজ মডেলৰ মূল্য ৬৯,৯৯৯ টকা । ১২জিবি ৰেম+২৫৬জিবি ষ্ট’ৰেজ মডেলৰ মূল্য ৬৯,৯৯৯ টকা ।
শীঘ্ৰে মুকলি হ’ব ওৱানপ্লাছ ৯-ৰ ছিৰিজ, ঘড়ী
