ধুবুৰী আৰক্ষীৰ জালত প্ৰাক্তন আলফা

● প্ৰাক্তন আলফা ৰাতুল চন্দ্ৰ দাসক গ্ৰেপ্তাৰ ।
● ধুবুৰী কলেজ নগৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ ।
● ৰাতুল চন্দ্ৰৰ পৰা উদ্ধাৰ একে৪৭-ৰ গুলী, পিস্তলৰ গুলী ।

● একে৪৭-ৰ গুলী আৰু পিস্তলৰ গুলীৰ ফটো আপলোড কৰিছিল নিজৰ ফেচবুকত ।
● ফেচবুকত আপলোড দিয়াৰ লগে লগে ৰাতুল চন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰক্ষীয়ে ।
● ৰাতুলক গ্ৰেপ্তাৰ কৰি ধুবুৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

Exit mobile version