ষ্টেটিছটিক্স ছাৰ্ভিলেন্স দলৰ অভিযানত আটক দুজন ভুৱা সেনা, অবৈধ সুৰা

■ বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও ষ্টেছনত ষ্টেটিছটিক্স ছাৰ্ভিলেন্স দলৰ অভিযান।
■ অভিযানত আটক ভুৱা সেনা ।
■ নামনিমুৰা চিকান্দাৰাদ ৰে’লত চলিছিল অভিযান।
■ ভুৱা সেনা দুজনৰ নাম সুশান্ত প্ৰধান আৰু দেৱ প্ৰধান প্ৰসাদ।

■‌ দুজনৰ পৰা উদ্ধাৰ ১৩৪ টা বিদেশী সুৰা বটল।
■ অবৈধভাৱে সৰবৰাহ কৰিছিল দেশী সুৰাখিনি।
■ অৰুণাচলৰ পৰা কটকলৈ নিয়াৰ পৰিকল্পনা আছিল সুৰাখিনি ।

Exit mobile version