নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন

general elections 2019 m 660 042919091753

● আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনাখন সকলো দলৰে প্ৰচাৰ কাৰ্য জোৰদাৰ হৈ পৰিছে ।
● ২৭ মাৰ্চত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটদান ।
● ৪৭টা সমষ্টিত হ’ব ভোটদান ।
● ২৬৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্যনিৰ্ণয় ।
● প্ৰথম পৰ্যায়ত ৮১,০৯,৮১৫ গৰাকী ভোটাৰে কৰিব ভোটদান ।

Exit mobile version