ক’ভিড আপডেট

coronovirus 8col

●কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৫৯ হেজাৰ ১১৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
●মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১,১৮,৪৬,৬৫২ জন ।
●ইতিমধ্যে এক লাখ ৬০ হেজাৰ ৯৪৯ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
●বিগত ২৪ ঘণ্টাত ২৫৭ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।

Exit mobile version