আজি অসমত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

1613502693 Voting India 696x392 1

■ ১২খন জিলাত ৪৭টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত ।
■ পুৱা সাত বজাৰ পৰা ছয় বজালৈ ভোট দিব পাৰিব ।
■ ২৬৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্যনিৰ্ণয় ।
■ ৮০ লাখ, ন হেজাৰ, ৮১৫ গৰাকী ভোটাৰে কৰিব ভোটদান ।

■ ক’ভিড প্ৰ’ট’কলৰ মাজেৰে অনুষ্ঠিত কৰা হৈছে ভোটদান ।
■ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিলে ভোটদান ।

Exit mobile version