● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৬২ হেজাৰ ২৫৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১,১৯,০৮,৯১০ জন ।
● ইতিমধ্যে এক লাখ ৬১ হেজাৰ ২৪০ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ২৯১ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।
ক’ভিড আপডেট
-
By publisher
- Categories: COVID-19, India, News
- Tags: CORONAVIRUSindia
Related Content
Aap Assam Pressmeet:ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰক প্ৰধানমন্ত্ৰীয়ে
By
publisher
May 2, 2024
GST Collection Has Set a Record:জিএছটি সংগ্ৰহে গঢ়িছে অভিলেখ !
By
publisher
May 2, 2024
Bank Robbery in Nagaon:নগাঁৱত দিন- দুপৰতে চাঞ্চল্যকৰ বেংক ডকাইতি !
By
publisher
May 2, 2024