জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু

Purbajyoti Chutia 1200x720 1

● নিজ বাসগৃহৰ সমীপতে মৃতদেহ উদ্ধাৰ ।
● ক্ৰীড়া সাংবাদিক হিচাপে পৰিচিত আছিল পূৰ্বজ্যোতি চুতীয়া ।
●তেওঁ কে’বাখনো কাকতৰ স’তে ক্ৰীড়া সাংবাদিক হিচাপে জড়িত আছিল ।
● পূৰ্বজ্যোতি নিয়মীয়া বাৰ্তা কাকতখনত সহকাৰী সম্পাদক হিচাপে কৰ্মৰত আছিল ।
● সম্প্ৰতি আৰক্ষীৰ তদন্ত অব্যাহত ।

Exit mobile version