লুৰীণজ্যোতি গগৈৰ সকলো কাৰ্যসূচী বাতিল

jpg 1

● হঠাৎ অসুস্থ এজেপি দলৰ প্ৰাৰ্থী তথা সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃ ।

● উচ্চ ৰক্তচাপত আক্ৰান্ত তেওঁৰ মাতৃ ।
● ইতিমধ্যে তেওঁ ডিব্ৰুগড়ৰ সঞ্জীৱনী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
● গগৈৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে ।

Exit mobile version