ভাৰতত উন্মোচন কৰা হ’ল হোণ্ডা চিবি৬৫০আৰ, চিবিআৰ৬৫০আৰ ২০২১

2019 Honda CBR650R

■ হোণ্ডা চিবি৬৫০আৰ নিঅ’ স্প’ৰ্টছ কেফ ৰেচাৰৰ মূল্য ৮.৬৭ লাখ টকা ।
■ হোণ্ডা চিবিআৰ৬৫০আৰ-ৰ মূল্য ৮.৮৮ লাখ টকা ।
■ দুয়োটা মটৰচাইকেলতে ইন-লাইন চাৰি চীলিণ্ডাৰ ৬৪৯ চিচি ইঞ্জিন উপলব্ধ হ’ব ।

■ মটৰচাইকেল দুখনত ছয় নম্বৰ গীয়েৰবক্স থাকিব ।
■ চিবি৬৫০আৰ-ৰ ওজন ২০৬ কেজি আৰু চিবিআৰ৬৫০আৰ-ৰ ওজন ২১১ কেজি ।

Exit mobile version